মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ 'মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ'ব নোৱাৰে। — এই মন্তব্য অৰণ্য…
