মহাকাশত ছমাহ কটাই উভতিছে ৰাজা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : মহাকাশত ছমাহ কটাই অহা শুকুৰবাৰ, ৬ মে'ত পৃথিৱী পাবহি ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী ৰাজা চাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ তৰফৰ পৰা ৪ মে' বুধবাৰে এই কথা জনোৱা হৈছে। ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নাগৰিক ৰাজাৰ…
