ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫…
