বিদ্যালয় কেনেকৈ পৰিচালনা কৰিব লাগেঃ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৪মেঃ   ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ টাদুনীয়া মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত যোৱা ২৭ ,২৮ এপ্ৰিল আৰু ৩মে তাৰিখে তিনিদিনীয়া অনা আবাসিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ প্ৰশিক্ষণ…

তিয়ঁহ কেনেকৈ খায় ?

তীব্ৰ গৰমৰ পৰা সকাহ পাবলৈ আপুনি তিয়ঁহ cucumber খাই নেকি? হয় শৰীৰৰ শীতলতাৰ বাবে তিয়ঁহ খাব লাগে। অতিৰিক্ত তিয়ঁহ কিন্তু স্বাস্থ্যৰ বাবে হানিকাৰক। বৰ্তমান বজাৰত তিয়ঁহৰ চাহিদা আকাশলংঘী। তিয়ঁহৰ এটা ভাল উপকাৰ হ'ল যে ই পেটত থকা অন্যান্য খাদ্য…

 আৰিয়ান চানয়াৰ প্ৰেমগাথা

বলিউদ জগতত শাহৰুখ খান এজন অন্যতম তাৰকা অভিনেতা। শাহৰুখ খানৰ আছে দেশে বিদেশে এক বিশেষ জনপ্ৰিয়তা। বলিউদ তাৰকাসকলৰ প্ৰথম পৰ্যায়ৰ তাৰকা সকলৰ অন্যতম হ'ল শ্বাহৰুখ খান। কেইদিনমানৰ আগতে শ্বাহৰুখ খান বাতৰিৰ শিৰোনাম হৈ পৰিছিল তেওঁৰ পুত্ৰ…

কবিতাৰ ঠিকনা

কবিতাৰ ঠিকনানেত্ৰকমল সন্দিকৈশব্দ বৰ্ণৰে ভৰা এখন পৃথিৱী যাৰ বুকুত বিৰামহীন ঠিকনা সময়ৰ গতিশীলতাই উৰ্বৰ কৰে কবিতাক জীপাল কৰে সমাজ সভ্যতাক।কেতিয়াবা মনে প্ৰশ্ন কৰে, কবিতানো কাৰ বাবে?প্ৰিয়জনৰ পৰা দুখীজনলৈকে নদীৰ পৰা পাহাৰ…

ন্যায় প্ৰদানত জটিল প্ৰত্যাহ্বানৰ সন্মুখীন ন্যায় পালিকা

ৰাণু বৰুৱা "ন্যায় প্ৰদানত পলম হ'লে সেয়া অন্যায়"(Justice delayed, Justice denied) ই এতিয়া কেৱল এষাৰ আপ্ত বাক্যই হৈ থকা নাই। ই ভাৰতত এতিয়া বাস্তৱত পৰিণত হৈছে। গোচৰৰ ভৰত কোঙা হৈ পৰিছে দেশখনৰ ন্যায় ব্যৱস্থা। যোৱা শুকুৰবাৰে উচ্চ…

দেউৰীসকলৰ পুৰণি, বিলুপ্তপ্ৰায় বিহু সংস্কৃতিক পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা দেউৰী বিচু সন্মিলনৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩ মেঃ দেউৰীসকলৰ সাতাম পুৰুষীয়া ‘ইবাঁকু বিচু’ এইবাৰ দিনযোৰা কাৰ্যসূচীৰে আজি উত্তৰ লখিমপুৰ নগৰৰ নকাৰীত থকা দেউৰী ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয়। উত্তৰ লখিমপুৰ চতুৰ্থ বাৰ্ষিক দেউৰী বিচু সন্মিলনৰ সভানেত্ৰী পদ্মাৱতী…

তেজপুৰত দেহদান কৰি নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়ালে দেখুৱালে আদৰ্শ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে': "মৃত্যুটো এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" - হীৰুদাৰ এই কবিতা পংক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰা তেজপুৰৰ সৰবৰহী, অতি সৎ আৰু নিকা ভাৱমূৰ্তিৰ বাণীকান্ত শৰ্মাৰ…

বড়ো সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয় দিনা লোকাৰণ্য গৌজন ফৌথাৰ

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ৩ মে : বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশনৰ আজি দ্বিতীয় দিনা লোকাৰণ্য হৈ পৰে তামুলপুৰ কচুবাৰী গৌজন ফৌথাৰ । খাম, চিফুং, বাঁহীৰ শব্দই মুখৰিত কৰি তোলে তামুলপুৰৰ কচুবাৰীৰ আকাশ বতাহ । বড়ো সাহিত্য সভাৰ ৬১…

ধুমুহা-বতাহ নহাকৈয়ে আচম্বিতে যোৰহাটত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৩ মে : যোৰহাটৰ বৰুৱা চাৰিআলিত আজি দুপৰীয়া এক শোকাৱহ ঘটনা সংঘটিত হয়। কোনো ধৰণৰ ধুমুহা বতাহ নহাকৈয়ে যোৰহাটৰ উপযুক্ত কাৰ্যালয় চৌহদৰ এজোপা গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হয়। বৰুৱা চাৰিআলি পাৰ হব খোজোতেই হঠাৎ বৃহৎ…

তেজপুৰত ঈদৰ সমূহীয়া নামাজ

তেজপুৰৰ বিভিন্ন স্থানত আজি ঈদৰ সমুহীয়া নামাজ সম্পন্ন হয় । চহৰখনৰ ঈদগাহ ময়দানত আজি পুৱা  বৃহত্তৰ তেজপুৰৰ লগতে দাঁতিকাষৰীয়া আৰু কৰ্মসূত্ৰে তেজপুৰলৈ অহা ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে।