অসম আৰক্ষীৰ ‘ৰাইড অব প্ৰাইড মটৰ চাইকেল’ ৰেলী উপস্থিত হ’ল তেজপুৰত
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩ মে: প্ৰতিকূল বতৰৰ মাজতে আজি বিয়লি প্ৰায় ৫-৩০বজাত আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অসম আৰক্ষীৰ ৰাইড অব প্ৰাইড মটৰ চাইকেল দলে শোণিতপুৰত প্ৰবেশ কৰে । উল্লেখ্য যে, অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা প্ৰেচিডেণ্টচ কালাৰ্চ…
