বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশন আৰম্ভ

শতাব্দ প্ৰতিনিধি, তামুলপুৰ , ২ মে :এক উদুলি মুদুলি পৰিবেশৰ মাজেৰে আজিৰে পৰা আৰম্ভ হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিবেশন। তামুলপুৰ জিলাৰ কচুবাৰীস্থিত গৌজন পথাৰত এতিয়া বলিছে উচাহৰ ঢল । সকলোৰে মাজত পাৰ ভঙা উচাহ । সীমাহীন আশা,…

লখিমপুৰত ভূমিদাত্ৰী সৰবৰাহী মহিলাৰ মৃত্যু

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলাৰ চমুৱা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা বকুলী দত্তৰ (৮৫) যোৱা নিশা ১১.২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বকুলী দত্তই পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ বাবে এডোখৰ ভূমি দান…

লখিমপুৰৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক উপায়ুক্তৰ ধমকঃ অনুকম্পামূলক নিযুক্তিত উৎকোচ গ্ৰহণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ লখিমপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উৎকোচ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বে বাতৰিৰ শিৰোনাম দখল কৰি অহা কাৰ্যালয়টোৰ জ্যেষ্ঠ সহায়ক পোনাৰাম বনিয়াৰ নাম পুনৰ চৰ্চালৈ আহিছে। এইবাৰ এইজন জ্যেষ্ঠ সহায়কৰ কু-কাণ্ডৰ…

অসম কৃষি বিশ্ববিদ্যালয়ত তথ্য জনাৰ অধিকাৰ আইনৰ উচ্চস্তৰীয় কৰ্মশালা

শতাব্দ প্ৰতিনিধি,যোৰহাট ,২ মে : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি যোৰহাটস্থ মূল চৌহদত তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক তথ্য…

৫০০ কোটি টকীয়া লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিৰাল ফাট : প্রতিক্রিয়া

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ মেঃ লখিমপুৰত প্ৰায় দুমাহ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এতিয়া বৃহৎ বৃহৎ ফাট মেলিছে। ৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে গৌতম কনষ্ট্রাকচনে নিৰ্মাণ কৰি…

অগপৰ গোলাঘাট জিলা পৰিষদৰ নতুন সভাপতি ড° নৃপেন বৰুৱা

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ২ মেঃ অসম গণ পৰিষদ দলৰ জন্মলগ্নৰে পৰা জড়িত এগৰাকী অন্যতম নেতা, দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱাক অগপৰ গোলাঘাট জিলা পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম গণ পৰিষদৰ সভাপতি…

 লখিমপুৰৰ  কেঞ্চাৰ কেন্দ্ৰত বৃদ্ধি পাইছে ৰোগীঃ হেল্প লাইন মুকলি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ পৰা ভাৰ্চুৱেলি মুকলি কৰা ৰাজ্যৰ ৭খন কেঞ্চাৰ চিকিৎসা কেন্দ্ৰৰ লগতে লখিমপুৰ কেন্সাৰ কেন্দ্ৰটোৱে এতিয়া উত্তৰ অসমত কেঞ্চাৰ ৰোগীৰ বাবে আশাৰ বতৰা…

ৰাজ্যৰ বজাৰত ই জেদ ধ্ৰুৱ নামৰ ক’লা জিকা উপলব্ধ

শতাব্দ প্ৰতিনিধি তেজপুৰ,২মে’: ৰাজ্যখনৰ একাংশ পৰিশ্ৰমী লোকে কৃষিকাৰ্যত জড়িত থাকি এইক্ষেত্ৰত সফলতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে । যোৱা সময়চোৱাত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে সাধাৰণ জাতৰ বন্ধাকবি ফুলকবিৰ লগতে ভেলেন্টিনা,কেৰ'টিনা আৰু ব্ৰ'কলী…

দণ্ডাধীশ তদন্ত ঘোষণা তিনিচুকীয়া জিলা প্ৰশাসনৰ : ৪ মে’ত সাক্ষ্য গ্ৰহণ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২ মে’ : পৰ্ন ভিডিঅ’ক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তাল হৈ আছে দেশ, বিদেশৰ ৰাজনীতি । এফালে সংসদৰ মজিয়াত মবাইলত দুবাৰকৈ পৰ্ন ভিডিঅ’ চাই ব্ৰিটেইনৰ এজন সাংসদে পদত্যাগ কৰাৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । আনফালে…

CIA-ৰ টেক চীফ হ’ল ভাৰতীয় মূলৰ নন্দ মুলচান্দানি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : মার্কিন গুপ্তচৰ সংস্থা চেন্ট্রেল ইন্টেলিজেন্স এজেন্সিৰ (CIA) প্রথম প্রযুক্তি কর্মকর্তা (চীফ টেক অফিচাৰ) হ'ল ভাৰতীয় বংশোদ্ভূত নন্দ মুলচান্দানি। মুলচান্দানিয়ে দিল্লীৰ ব্লু বেলছ স্কুল ইন্টাৰনেচনেলত পঢ়া শুনা…