ভেকচিন ল’বলৈ বাধ্য কৰিব নোৱাৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ মে' : কৰ'না ভাইৰাছ প্রতিৰোধৰ ক্ষেত্ৰত সকলোতকৈ কাৰ্যকৰী হাথিয়াৰ হিচাপে ভেকচিনৰ বাদে গত্যন্তৰ নাই বুলি কৈ অহা হৈছে। তথাপি বহুতেই কৰ'নাৰ টীকা লোৱাৰ বিষয়ত অনীহা প্ৰকাশ কৰা দেখা গৈছে বিগত প্রায় এবছৰ ধৰি। এসময়ত টীকাৰ…
