বাক্সাৰ সাদেৰিত ভাগৱত গীতা পৰিভ্ৰমণ
বাক্সা ,১ মেঃ মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি আজি বাক্সা জিলাৰ সাদেৰিত হোম-যজ্ঞৰে গাঁওখনত ভাগৱত গীতা পৰিভ্ৰমণ কৰে । কেবাশ ভক্তিপ্ৰাণ লোক সমবেত হৈ ৰাজহুৱা বুঢ়া গোসাই নামঘৰত হোম - যজ্ঞ কৰি ভাগৱত গীতা পৰিভ্ৰমণেৰে…
