বৈদেশিক সচিব হিচাপে বিনয় মোহন কোৱাট্ৰাৰ আজি কাৰ্যভাৰ গ্ৰহণ
শতাব্দ বিশেষ প্ৰতিনিধি, ১ মে': নেপালত ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বিনয় মোহন কোৱাট্ৰাই(৫৭) আজি ভাৰতৰ ৩৪ তম বৈদেশিক সচিব ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৩০ এপ্ৰিল তাৰিখে হৰ্ষবৰ্দ্ধন শ্ৰীলাংই বৈদেশিক সচিব হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত…
