তেজপুৰত ঐশ্বৰ্য কাকতিৰ ‘ঐশ্বৰ্য্যবিচিত্ৰা’ শীৰ্ষক গ্ৰন্থ উন্মোচন
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৩০ এপ্ৰিলঃ এতিয়া গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । গ্ৰন্থমেলা আয়োজনেৰে কোটি কোটি টকাৰ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা হয় । কিন্তু এতিয়া আগৰদৰে কোনেও গ্ৰন্থবোৰ নপঢ়ে বা পঢ়িলেও সম্পূৰ্ণকৈ নপঢ়ে । অসমীয়া জাতি আৰু ভাষা…
