মুখ্যমন্ত্ৰীয়ে ৰজাৰ দৰে কওক– দহবছৰৰ পিছত ৰাজ্যত বন্ধ হৈ পৰিব সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয়

    মুক্তামণি ভূমিফুকনবৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীজন একালৰ এজন দক্ষ শিক্ষামন্ত্ৰী। তেখেতে শিক্ষা বিভাগটোৰ ওপৰত কৰা বক্তব্যটো উলাই কৰিব নোৱাৰি। নিশ্চিতভাৱে তেখেতে ইয়াৰ অন্তৰ্নিহিত কাৰণসমূহ বুজি পাইছে যাৰ পৰিপ্ৰেক্ষিতত এনে…

মলোকাই চেনেল জয়ী প্ৰথম এছীয় মহিলা হ’ল চায়নী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ মলোকাই চেনেল জয় কৰি এছিয়া মহাদেশত ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ সন্তৰণবিদ বাংগকন্যা চায়নী দাসে (Sayani Das)। ইংলিছ চেনেলৰ পিছত এইবাৰ মার্কিন মুলুকৰ এই বিখ্যাত চছনেল জয় কৰিলে পশ্চিমবংগৰ পূব বর্ধমানৰ কালনা…

চিলিকন ভেলীত ‘অমৰত্ব’ৰ সন্ধান

দাদুল দেৱকৃষ্ণ বৰুৱাচীনৰ এজন ৰজাই তেওঁৰ প্রজাসকলক নির্দেশ দিছিল এক অমোঘ ঔষধ বিচাৰি আনিবলৈ, যাৰ থাকিব মৃত্যু বিনাশী ক্ষমতা। ষোড়শ শতাব্দীৰ ফ্রান্সত অভিজাত শ্রেণীৰ লোকসকলে তেওঁলোকৰ আয়ুস বৃদ্ধিৰ বাবে হজমযোগ্য সোণ পান কৰিছিল। অমৰত্ব…

ভাৰততেই সৰ্বাধিক ইণ্টাৰনেট বন্ধ কৰা হয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ এপ্ৰিলঃ  কা আন্দোলনৰ সময়ৰ কথা মনত আছেনে? ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰাৰ বাবে যে অসমত হাহাকাৰ লাগিছিল। কেৱল অসমতেই নহয়, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰততেই সকলোতকৈ বেছি ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন কৰা হয়। ২০২১ চনত ভাৰতত…

দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা

শতাব্দ প্ৰতিনিধি মঙ্গলদৈ ২৯ এপ্রিলঃ  দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এক সভাত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগ(SITA)ৰ সহ উপাধ্যক্ষ ৰমেন ডেকাই দৰং আকাংক্ষিত জিলা প্ৰকল্পৰ পৰ্যালোচনা কৰে | জিলাখনত ৰূপায়িত হৈ থকা…

শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ’ব নোৱাৰে: আই আই টি গুৱাহাটীৰ অধ্যাপক

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২ ৯ এপ্ৰিলঃ বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা দুৱাৰ ফাউণ্ডেচনে আজি ২৯ এপ্ৰিলত নাওবৈচা ৰাজহ চক্ৰৰ কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ লগতে নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ…

নৱনিৰ্মিত ৭ কৰ্কট চিকিৎসালয়ত অপিডি সেৱা মুকলি

দিছপুৰ, ২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি কৰা হয়। ডিব্ৰুগড়, বৰপেটা, যোৰহাট, লখিমপুৰ, দৰং, তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট…

নীৰৱ ঘাতক উষ্ণ প্ৰবাহঃ কৃষি- স্বাস্থ্যত বিৰূপ প্ৰভাব

শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ এপ্ৰিলঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ বাহিৰে এইকেইদিন উৎকট গ্ৰীষ্মপ্ৰবাহৰ ফলত সমগ্ৰ দেশতে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰিছে। কেইবাখনো ঠাইত পাৰাস্তম্ভই ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড স্পৰ্শ কৰিছে। তাপপ্ৰবাহৰ ফলত কেইবাজনো…

লখিমপুৰত কাৰ্যবাহী অভিযন্তাৰ বদলিৰ দাবীত মুখ্যমন্ত্ৰী-জলসম্পদ মন্ত্ৰীলৈ দুই সংগঠনৰ স্মাৰক পত্ৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ এপ্ৰিলঃ লখিমপুৰৰ জলসম্পদ সংমণ্ডলত দুৰ্নীতিৰ অভিযোগ তুলি আজি দুটাকৈ সংগঠনে লখিমপুৰ জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাজনৰ বদলিৰ দাবী জনাই মুখ্যমন্ত্ৰী আৰু জলসম্পদমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সদৌ অসম…

শোণিতপুৰৰ মিছামাৰীৰ সেনা চৌহদত খাদ্যৰ ভঁৰাল ভাঙিলে বন্যহস্তীয়ে

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৯ এপ্ৰিলঃ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা চাৰিটা বনৰীয়া হাতীয়ে সমীপৱৰ্তী অঞ্চলত যোৱা কেবাদিনো ধৰি  উপদ্ৰৱ চলাই আহিছে। উল্লেখযোগ্য যে,চাৰিওটা মখনা হাতীৰ ভিতৰত তিনিটা একেলগে আৰু আন এটা…