তেজপুৰত ড্ৰাগছ সহ যুৱক আটক
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৯ এপ্ৰিলঃ তেজপুৰৰ বৰঘাট আৰক্ষী চকী অন্তৰ্গত যোৰগড়ত আজি স্থানীয় আৰক্ষীয়ে চলোৱা এক অভিযানত আমিনুল হক(২৫)নামৰ এজন যুৱকক ড্ৰাগছ সহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,অঞ্চলটোত নুৰ ইছলামৰ পুত্ৰ আমিনুলে…
