শঙ্কৰদেৱ অধ্যয়নঃ ক’ত কেনেকৈ কৰিব পাৰিব

ড° বুলজিৎ বুঢ়াগোহাঁই শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেখেতৰ সৃষ্টি সমূহ ক'ত, কেনেদৰে আজিৰ প্ৰজন্মই গৱেষণা কৰিব পাৰিব তাৰ বিষয়ে দুৱাষাৰ উল্লেখ কৰিব বিচাৰিছো। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত শঙ্কৰদেৱ অধ্যয়ন (Sankaradeva Studies) নামৰ এটা…

এন এছ এছ প্ৰতিপালিত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ অভিযানৰ শুভাৰম্ভণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ১০ মাৰ্চ: অসমৰ বিভিন্ন ঠাইৰ লগতে আজি লখিমপুৰ জিলাৰ বগীনদী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰতাপগড় আদিবাসী প্ৰাথমিক বিদ্যালয়তো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, লখিমপুৰৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ…

গিনিজ ৰেকৰ্ডৰ বাবে লখিমপুৰ জিলাত বিহুৰ তৎপৰতা 

উত্তৰ লখিমপুৰ ১০মাৰ্চঃ অহা ১৪ এপ্ৰিলত গুৱাহাটীত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ বিহুৱতী-বিহুৱাৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ বাবে বিশালভাৱে আয়োজন কৰা বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰো কেইবাশ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰিব। জাতীয় সংস্কৃতি…

লখিমপুৰত ধৃত চুলাই বেপাৰীয়ে পুনৰ বেহা চলোৱাত আবকাৰীৰ পৰা অনুমতিহে লাভ কৰে নেকি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও চুলাই মদৰ ৰমৰমীয়া বেহা চলি আছে৷ আবকাৰী বিভাগৰ আৰ্শীবাদতে অবৈধ চুলাই বেপাৰীয়ে এনেদৰে বেহা চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ বিশেষকৈ উত্তৰ লখিমপুৰ সদৰ চক্ৰৰ…

দুবছৰলৈ ৰাজ্যত অনুষ্ঠিত নহয় টেটঃ শিক্ষামন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯মাৰ্চঃ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হোৱা টেট পৰীক্ষা আগন্তুক দুবছৰলৈ অনুষ্ঠিত নহয়৷তেজপুৰত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ…

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰত চাইকেল সজাগতা ৰেলিঃ কৰ্মশালা অনুষ্ঠিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ৯ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰ জিলা প্ৰশাসন,মহিলা আৰু শিশু কল্যাণ বিভাগ, লখিমপুৰৰ উদ্যোগত আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, লখিমপুৰৰ সৌজন্যত "বেটি বচাও, বেটি পঢ়াও" আচঁনিখনৰ সম্পর্কত…

তেজপুৰত ঘাতক অচিন্ত্য দাসৰ বাসগৃহৰ পৰা উদ্ধাৰ অধিক অস্ত্ৰ-শস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯মাৰ্চঃ তেজপুৰত কালি কনিষ্ঠ ভ্ৰাতৃ বিষ্ণু দাসক গুলীয়াই হত্যা কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত আজি ঘাতক ভ্ৰাতৃ অচিন্ত্য দাসে কয় যে সেই সময়ত তেওঁ সুৰাপান কৰি আছিল৷ আনহাতে পূৰ্বৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ থকা…

তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থী আত্মহনন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ মাৰ্চ : আজি পুৱাই এক হৃদয়বিদাৰক ঘটনাই জোকাৰি যায় তিনিচুকীয়াৰ লেজাইহোলা গাঁও ৷ গাঁওখনৰ এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীয়ে ঘৰতে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ গাওঁখনত শোকৰ ছাঁ পেলায় ৷ উল্লেখ্য যে আজি পুৱাহে পৰিয়ালৰ…

আগন্তুক লোকসভা নিৰ্বাচনত উত্তৰ-পূৱৰ শেহতীয়া নিৰ্বাচনী ফলাফলে যথেষ্ট প্ৰভাৱ পেলাবঃ মুখ্যমন্ত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৯মাৰ্চঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাৰ কাৰ্যসূচীত অংশলৈ কালি নিশা প্ৰায় ১১বজাত তেজপুৰ আৱৰ্ত ভৱনত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানসহ উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা ৷যোৱা নিশা তেওঁলোক ইয়াতে…

লখিমপুৰত দুবৃৰ্ত্তই কাটিলে সাত বিঘা মাটিৰ চাহ গছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ মাৰ্চঃ লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত বধাকৰাৰ হেচামৰাত আজি এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় ৭ বিঘা ভূমিৰ চাহ গছ দুবৃৰ্ত্তই কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে…