অৰ্থনীতি বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা শতাব্দ Mar 8, 2023 0 বাঘজানৰ তেল কুপত আজি পুনৰ গেছ নিৰ্গমন ৷ চৌদিশে আতংক- উত্তেজনা ( চমু সংবাদ)
অসম ধেমাজিত সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহৰ প্ৰস্ততিৰ বুজ ল’লে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই শতাব্দ Mar 8, 2023 0 ধেমাজি, ৮ মাৰ্চ : ধেমাজিত অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত অনুষ্ঠিতব্য সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ প্ৰস্ততিৰ সবিশেষ আজি বুজ লয় ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা মইনা পাৰিজাতৰ ৰাজ্যিক সভাপতি কেশৱ মহন্তই। স্বাস্থ্য-পৰিয়াল কল্যাণ,…
অসম তেজপুৰত ধৰ্মপ্ৰাণ মহিলা বিদ্যাৱতী দাসৰ বিয়োগ শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৮ মাৰ্চঃ তেজপুৰৰ মাজগাঁও বৰ নামঘৰ গোপিনী সমাজৰ জ্যেষ্ঠ গোপিনী তথা নামতি বিদ্যাৱতী দাস (৮৬)ৰ আজি বাৰ্দ্ধক্যজনিত কাৰণত বিয়োগ ঘটাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে৷ আজি বিয়লি প্ৰায় চাৰি বজাত মাজগাঁও হাটভগা চুবুৰীৰ…
অসম জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত…
অসম ফাকু খেলি সোৱণশিৰিত গা ধুবলৈ যোৱা যুৱক সন্ধানহীন শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ ৮ মাৰ্চঃ লখিমপুৰৰ সোৱণশিৰি নদীত গা ধুবলৈ গৈ আজি এজন যুৱকৰ সলিল সমাধি ঘটাৰ আশংকা কৰা হৈছে। জিলাখনৰ পানী গাঁও আৰক্ষী থানাৰ অন্তৰ্গত অন্তৰ্গত পানী গাঁও চাৰি আলি নিবাসী মিণ্টু শইকীয়াৰ পুত্ৰ মানস প্ৰতীম শইকীয়াই (২৭)…
অসম তেজপুৰত জ্যেষ্ঠ ভ্ৰাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভ্ৰাতৃক শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৮ মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ দিনটোতে তেজপুৰ চহৰৰ গাৰোৱান পট্টিত আজি বিয়লি সংঘটিত হয় এক হত্যাকাণ্ড৷ নিজ ভাতৃক জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰা এই নৃশংস ঘটনাই সমগ্ৰ তেজপুৰ চহৰতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷…
অসম ‘পি এম কিষান’ আঁচনিত আৱেদন কৰিবলৈ যোগ্য কৃষকক আহ্বান লখিমপুৰ জিলা কৃষি বিভাগৰ শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে…
অসম তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৮ মাৰ্চঃ লখিমপুৰ জিলাৰ তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত পানীগাওঁ অ' পি ডি মহাবিদ্যালয়ৰ মহিলা কোষৰ সহযোগত আজি তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা…
অসম মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱৰ তাৎপৰ্য শতাব্দ Mar 8, 2023 0 গুঞ্জ শইকীয়া মাছৰহাট বৰ নামঘৰৰ (যোৰহাট জিলা) দৌল উৎসৱ পৰম্পৰাগতভাবে পালন কৰি অহা এক উৎসৱ। মাছৰহাট বৰনামঘৰৰ জন্মৰ লগত জড়িত এটি উৎসৱ হৈছে দৌল উৎসৱ। আমি জন্মৰে পৰা এই উৎসৱৰ লগত একাত্ম হৈ আছোঁ। বৰপেটা সত্ৰৰ দৌল উৎসৱৰ লগত আমাৰ নামঘৰৰ দৌল…
অসম লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন শতাব্দ Mar 8, 2023 0 শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ, ৮ মাৰ্চঃ উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু এন এছ এছ ইউনিটৰ উদ্যোগত আয়োজিত এখন সভা উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ…