জনসমুদ্ৰত পৰিণত বাহঁবাৰী শ্ৰী শ্ৰী কলিয়া গোঁসাই থান
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮মাৰ্চঃ আনন্দ আৰু ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱ তেজপুৰৰ বিভিন্ন স্থানত ধৰ্মীয় পৰম্পৰা তথা উলহমালহৰে অনুষ্ঠিত হৈছে। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ নিকটৱৰ্ত্তী বাঁহবাৰী আৰু বিহগুৰি মৌজাৰ মধ্যস্থল থিয়আটিত…
