এপাৰ্টৰ উদ্যোগত শোণিতপুৰত ক্ৰেতা বিক্ৰেতা সন্মিলন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৩ ফেব্ৰুৱাৰীঃ কৃষিখণ্ডত সামগ্ৰিক বিকাশ আৰু ক্ৰেতা বিক্ৰেতা সকলৰ মিলনৰ অৰ্থে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প চমুকৈ APART, শোণিতপুৰৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ সহযোগত তেজপুৰ মাজগাওঁস্থিত যুটীয়া…

ৰোগীৰ হাহাকাৰঃ ঘাৰমৰা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্ৰত এমাহে নাই চিকিৎসক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩ মার্চ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অহা বুলি দন্তালি মৰা বি জে পি চৰকাৰৰ দিনত লখিমপুৰৰ এখন ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ সেৱা লাভ কৰিব নোৱাৰি ৰোগীয়ে নিতৌ ঘৰমুৱা হোৱা কাৰ্যই চৰকাৰখনৰ…

ডি এন এ পৰীক্ষা কৰিলে অধিকাংশ মুছলমানৰে মূল সত্বা হিন্দুৱেই ওলাব – – মুক্তাৰ হুছেইন,…

মূল্যবৃদ্ধি সাধাৰণ দৃষ্টিত হ্ৰাস কৰাতো সম্ভৱপৰ নহয় - - ভৱেশ কলিতা সকলো সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান - অচিৰেই চলিব গোৱালপাৰা আৰু কৰিমগঞ্জ জিলাত - - চন্দ্ৰমোহন পাটোৱাৰী

শোণিতপুৰ ১৪ হেজাৰ ১৫৭ জন শিক্ষাৰ্থী বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২ মাৰ্চঃ তিনি মাৰ্চৰ পৰা ৰাজ্যত অনুষ্ঠিত হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰৰ পৰা মুঠ ১৪ হেজাৰ ১৫৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হব।মাণ্ডলিক সচিব কে কে ডেকাই আজি জানিবলৈ দিয়া অনুসৰি জিলাখনৰ মুঠ ৩০ টা…

বাঁহবাৰীৰ শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত দৌলউৎসৱৰ ব্যাপক প্ৰস্তুতি

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২মাৰ্চঃ তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰীৰ আৰু বিহগুৰি মৌজাৰ মধ্যস্হলত অৱস্থিত থিয়আটি তথা শ্ৰী শ্ৰী কলীয়া গোঁসাই থানত অহা সাত মাৰ্চৰ পৰা ১১মাৰ্চলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে দৌলউৎসৱ আৰু মেলাৰ আয়োজন কৰা হৈছে৷ শতিকা প্ৰাচীন…

তেজপুৰ কন্যা মহাবিদ্যালয়ৰ পৰিগৃহীত গাঁৱত অনুষ্ঠিত সাতদিনীয়া শিবিৰৰ সামৰণি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ মাৰ্চ : মহামানৱ মহাত্মা গান্ধীৰ 'গাৱঁলৈ ঘূৰি যোৱা নীতি' অনুসৰণ কৰি তেজপুৰ কন্যা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত প্ৰতি বৰ্ষতে একোখনকৈ গাঁৱত বিদ্যাৰ্থীসকলক গ্ৰাম্য জীৱনৰ সৈতে সম্পৃক্ত কৰা আৰু…

তিনিচুকীয়াত আদালতৰ কৰ্মচাৰী জড়িত ড্ৰাগছৰ বেহাত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আজিও অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ অভিযান ৷ আজি ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰবী সোনোৱাল নামৰ কৰ্মচাৰীজনক আদালতৰ…

তিনিচুকীয়াৰ শুকানপুখুৰী বাগিচাৰ শ শ চাহগছ কাটি ধ্বংস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ মাৰ্চ : তিনিচুকীয়াৰ শুকানপুখুৰী চাহ বাগিচাৰ ৩ নং ছেকচনত প্ৰায় ৩০০ জোপা চাহগছ দুষ্কৃতিকাৰীয়ে কাটি ধ্বংস কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীত আজি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ তিনিচুকীয়া জিলা সমিতিয়ে উপায়ুক্তক এখন…

সুখবৰঃ বিহুত মুকলি হ’ব এইমছ গুৱাহাটী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ মাৰ্চঃ অসমবাসীলৈ আগন্তুক ৰঙালি বিহুৱে এক সুখবৰ কঢ়িয়াই আনিব।  চাংচাৰিত নৱনিৰ্মিত এইমছ গুৱাহাটী অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। ৰাজ্যৰ স্বাস্থ্য আৰু চিকিৎসা…

এজন মানুহ আৰু এটা সাৰস পক্ষী

দাদুল দেৱকৃষ্ণ বৰুৱা মানুহজনে নিজৰ পথাৰত কাম-কাজ কৰি থকা সময়ত সুৰক্ষাকৰ্মীৰ দৰে থিয় হৈ থাকে সি, ছন্দোময় হাতচাপৰিৰ শব্দ কৰি ডেউকা জোকাৰি থাকে। মানুহজনৰ বাদে আন কাৰোৰেপৰা খাদ্যও গ্ৰহণ নকৰে। আনকি মানুহজনে মটৰচাইকেল চলাই গ'লেও তেওঁৰ…