স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ শিল্পী সম্বৰ্দ্ধনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৮ফেব্ৰুৱাৰীঃ তেজপুৰৰ দ-পৰ্বতীয়া স্বপ্নলেখা লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ঐতিহ্য মণ্ডিত দ-পৰ্বতীয়া অঞ্চলৰ দুগৰাকী শিল্পীক সম্বৰ্দ্ধনা জনোৱা হয়। ২০২২ - ২৩ ৰ ৰাজ্য চৰকাৰৰ এককালীন বাৰ্ষিক শিল্পী সন্মান লাভ…
