লখিমপুৰত নিশা ডকাইতৰ সন্দেহত এজনক আটক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ফেব্ৰুৱাৰীঃ উত্তৰ লখিমপুৰ নগৰৰ খেলমাটি তথা টাউন বান্তৌত যোৱা নিশা ইমদাদ আলি নামৰ লোকজনৰ ঘৰত জাগুনৰ এজন সন্দেহযুক্ত লোকক আটক কৰি খেলমাটি আৰক্ষীক চমজাই দিয়া হয়৷ ধৃত লোকজনক আৰক্ষীয়ে অসম অৰুণাচল সীমান্তৱৰ্তী…
