শোণিতপুৰৰ চাৰিদুৱাৰত ড্ৰাগছ সহ গ্ৰেপ্তাৰ এজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰী: শোণিতপুৰত যোৱা সময়চোৱাত ইজনৰ পিছত সিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে এনে একাংশ ড্ৰাগছ সৰবৰাহকাৰী কাৰামুক্ত হৈ পুনৰ একেই দুস্কাৰ্যৰে জড়িত হৈ পৰিছে৷আজি পুৱা জিলাখনৰ খনামুখ…

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে তেজপুৰত প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২ফেব্ৰুৱাৰীঃ ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত চৰকাৰে অত্যাৱশ্যকীয় সেৱা বিদ্যুতৰ মাছুল সঘনাই বৃদ্ধি কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো বিক্ষোভ প্ৰদৰ্শন কৰে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্ছ এছচিয়েছনে। তেজপুৰৰ…

তিনিচুকীয়াৰ গুণোৎসৱত ’টিকনি বৰুৱা’ উপহাৰ স্বৰূপে লাভ কৰিলে মন্ত্ৰী ৰনজিৎ দাসে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ ফেব্ৰুৱাৰী : গুণোৎসৱ-২০২৩ ৰ দ্বিতীয় পৰ্য্যায়ৰ কাৰ্যসূচীত বৰ্হিমূল্যায়ক হিচাপে আজি তিনিচুকীয়াৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত উপস্থিত হয় গ্ৰামোন্নয়ন আদি একাধিক বিভাগৰ দায়িত্বত থকা তিনিচুকীয়া জিলাৰ…

তেজপুৰত অগ্নিকাণ্ড

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ গাৰোৱানপট্টী অঞ্চলত যোৱা নিশা প্ৰায় ৮-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ উল্লেখযোগ্য যে,অঞ্চলটোৰ অমল সাহা নামৰ লোকজনৰ ভাৰাতীয়া গণেশ আগৰৱালৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই…

তেজপুৰত সৌন্দৰ্য প্ৰতিযোগিতা

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ২ ফেব্ৰুৱাৰী : ৰূপ-সৌন্দৰ্য্যৰ সমাহাৰ ঘটাই পৰম্পৰাগত সাজপাৰ পৰিহিত এজাক যুৱক-যুৱতীৰ লয়লাস খোজ । আধুনিক সৌন্দৰ্যৰ জগতত ফেৰ মাৰিব পৰাকৈ এচাম যুৱক-যুৱতীক সাজু কৰি তুলিছে ডায়না বিউটি এণ্ড মেকআপ একাডেমীৰ সঞ্চালিকা…

ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব

 ড° বুলজিৎ বুঢ়াগোহাঁই      ২০০৬ চনৰ ১৪ মাৰ্চ তাৰিখে য়াহু গ্রুপ (yahoogroup)ৰ যোগেদি ‘শব্দ ডট অৰ্গ (http://www.xobdo.org) সম্পৰ্কীয় এটা ই-মেইল লাভ কৰিছিলো ৷ই-মেইলটো প্ৰেৰণ কৰিছিল এজন দাদা বিক্ৰম এম. বৰুৱাই ৷ ‘শব্দ ডট অৰ্গ’ হৈছে বিশ্বৰ…

বিদ্যুতৰ মাছুল বৃদ্ধিকলৈ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩০ জানুৱাৰীঃ প্ৰাকৃতিক গেছৰ মূল্য বৃদ্ধিৰ অজুহাত দেখুৱাই ফেব্ৰুৱাৰীৰ পৰা বিদ্যুতৰ মাছুল প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি কৰাৰ তীব্ৰ প্ৰতিবাদ কৰি অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ ৰাজ্যিক কমিটিয়ে। এক…

বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ জানুৱাৰীঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত বধাকৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠানটি আজি অনুষ্ঠিত হয়৷ বৃহত্তৰ বধাকৰা অঞ্চলৰ কেবাশ লোকৰ উপস্থিতিত আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়…

তেজপুৰত মঞ্চ ৰত্ন ৰতন লহকৰক গীতে মাতে স্মৰণ

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৩০ জানুৱাৰী : মঞ্চৰত্ন ৰতন লহকৰৰ যষ্ঠ প্ৰয়াণ দিৱসৰ লগত সংগতি ৰাখি কালি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত এক বিশেষ কাৰ্যসূচী সম্পন্ন হয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মাৰিবাৰীৰ "এক ন-সৃষ্টিৰ পাতনি,,,,…