পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত…

তেজপুৰৰ আৰিমৰা চাপৰিত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী: ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ঋতুকালীন পৰিভ্ৰমী চৰাইৰ আগমনে প্ৰকৃতিপ্ৰেমী সকলক আহ্লাদিত কৰি অহাৰ সময়তে শোণিতপুৰ জিলাৰ তেজপুৰৰ সমীপৱৰ্তী আৰিমৰা চাপৰিত শেহতীয়াকৈ পৰিলক্ষিত হোৱা বিৰল প্ৰজাতিৰ কৰ্চন (Common…

 ৰাজ্যপালৰ এদিনীয়া তিনিচুকীয়া ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ ফেব্ৰুৱাৰী : অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে আজি এদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়াত উপস্থিত হয় ৷ ৰাজ্যপালগৰাকীয়ে প্ৰথমে সৰ্বভাৰতীয় নিৰ্মাতা সংগঠন (অসম ৰাজ্যিক পৰিষদ) আৰু অসম উৎপাদকতা পৰিষদৰ যৌথ উদ্যোগত…

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ…

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত বিশ্ব কৰ্কট দিৱস উদযাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ফেব্ৰুৱাৰী: লখিমপুৰ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,  লখিমপুৰ, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেচনেল কেডেট কৰ্পছ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ (স্বায়ত্তশাসিত) সহযোগত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ…

‘চিত্ৰ ভাগৱত’ৰ চিত্ৰসমূহ কোনে আঁকিছিল

দিগন্ত হাজৰিকা 'চিত্ৰ ভাগৱত'ৰ চিত্ৰসমূহ কোনে আঁকিছিল, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি কেইদিনমানৰ আগতে এটা post দিছিলোঁ। বহুজনে বহু উত্তৰ দিছে। সকলোকে প্ৰণাম। আচলতে মোৰ উদ্দেশ্য আছিল সেই বিষয় সম্পৰ্কে যিসকলে বিভিন্ন সভা-সমিতি আদিত এইবিষয়ে কয়…

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ

প্ৰস্তাৱ নং-১  আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ যিসকল বৰেণ্য লোক পৰলোকগামী হ’ল তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আত্মাৰ সদ্‌গতি অৰ্থে পৰম পিতাৰ ওচৰত…

নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য

নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষট্‌ সপ্ততিতম পূৰ্ণাংগ অধিবেশনৰ আজি তৃতীয় দিনা অধিবেশনস্থলী  লোকাৰণ্য…