মঙলদৈত প্ৰিমিয়াৰ ক্লাব ক্ৰিকেটৰ ফাইনেলত শক্তি সংঘ

মঙলদৈ, ৬ ফেব্ৰুৱাৰী : অসম ক্ৰিকেট সন্থাৰ উদ্যোগত মঙলদৈ ষ্টেডিয়ামত চলি থকা প্ৰিমিয়াৰ ক্লাব ক্ৰিকেট লীগ প্ৰতিযোগিতাৰ আজি হোৱা প্ৰথমখন ছেমি ফাইনেলত শক্তি সংঘই মঙলদৈ টাউন ক্লাবক চাৰি উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। টছত জয়ী হৈ টাউন…

জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত ম’ক পাৰ্লিয়ামেন্ট

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ ফেব্ৰুৱাৰী : জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ বাণিজ্য মহাবিদ্যালয়ত দেওবাৰে ম'ক পাৰ্লিয়ামেন্ট অনুষ্ঠিত কৰা হয় ৷ এই ম'ক পাৰ্লিয়ামেন্ট কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়াৰ…

ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীৰ হাহাকাৰঃ  আন্দোলনৰ হুংকাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ৬ ফেব্ৰুৱাৰী ; ৰাজ্যৰ শক্তি বিভাগৰ শ শ অস্থায়ী কৰ্মচাৰীক বিভাগীয় ভাবে স্থায়ী নিযুক্তি দিয়াৰ পৰিবৰ্তে শক্তি বিভাগে পৰৱৰ্তী সময়ত লোৱা সিদ্ধান্ত কিছুমানক লৈ অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিছে অস্থায়ী কৰ্মচাৰী সকল ।…

তেজপুৰত “সঁফুৰা বৃত্তি পৰীক্ষা” ত প্ৰায় ৪৭৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰী: শিশু সকলৰ প্ৰতিভা সন্ধানৰ উদ্দেশ্যে শিশু আলোচনী "সঁফুৰা" ৰ উদ্যোগত প্ৰয়াত নমস্য সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াই আৰম্ভ কৰা "সঁফুৰা বৃত্তি পৰীক্ষা" আজি ৰাজ্যজুৰি অনুষ্ঠিত হয়। তেজপুৰৰ দৰং…

শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ, দক্ষিণপাটৰ ২০০বছৰীয়া জয়ন্তী

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৫ ফেব্ৰুৱাৰীঃ ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত আজি ভক্তিৰসত বিলীন হল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ…

তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ “জাহ্নৱী”…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন অতিবাহিত কৰিব বিচৰা তেজপুৰৰ একাংশ লেখক - সাহিত্যিকে ১৯৭৭ চনতে গঢ় দিয়া সাহিত্যৰ অনুষ্ঠান "তেজপুৰ সাহিত্য চ'ৰা" ৰ ৫৩৫ সংখ্যক বৈঠকৰ…

তেজপুৰত “ইতিহাসৰ ছাঁ-পোহৰত ভাৰতবৰ্ষ” শীৰ্ষক মনোজ্ঞ আলোচনাচক্ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী : তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাবৰ উদ্যোগত কালি এখন গুৰুত্বপূৰ্ণ তথা ব্যতিক্ৰমী আলোচনা চক্ৰ বালিৰাম লহকৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত…

তেজপুৰত বেংক লুটৰ ঘটনা:গ্ৰেপ্তাৰ অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা শালনিবাৰী আৰক্ষীৰ চকীৰ অধীনৰ এলেকাত যোৱা নিশা সংঘটিত হোৱা এক বেংক লুটৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনাৰ সন্দৰ্ভত জানিব পৰামতে তেজপুৰ তেজপুৰ সদৰ…

বাল্যবিবাহ, কিশোৰী মাতৃত্ব আৰু দুটামান প্ৰশ্ন 

তৃষ্ণা বৰগোহাঞি হাইলাইটসমাজত সাক্ষৰতাৰ হাৰ বৃদ্ধি মানেই শিক্ষিত লোকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি ভবাটো ভুল।২০২০-২১ চনত অসমত হাইস্কুল পৰ্যায়ত বিদ্যালয় আধাতে এৰা (ড্ৰপ আউট )ছাত্ৰীৰ সংখ্যা ৩১.৪ শতাংশ।বিবাহযোগ্য কন্যাক…

আৱৰ্জনাঃ ৰাজ্যজুৰি “ঝলঝলা” ৰ বিশেষ তৎপৰতা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৪ ফেব্ৰুৱাৰী: সাম্প্ৰতিক কালত বিশ্ব জুৰি ভয়ানক ভাৱে বৃদ্ধি পাই অহা আৱৰ্জনাই পৰিবেশ বিনষ্ট কৰাৰ লগতে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে স্বাস্থ্যকৰ আৰু পৰিস্কাৰ চহৰ হিচাপে কেবাবাৰো…