আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং…
