বুঢ়া চাপৰিৰ প্ৰথম দিনা উচ্ছেদত ৬৯১ টা ঘৰ উচ্ছেদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে প্ৰশাসনীয় ভাবে শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ ৰাজহ চক্ৰ অন্তৰ্গত তথা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ বুঢ়া চাপৰি বন্য প্ৰাণী অভয়াৰণ্যত উচ্ছেদ অভিযান। আজি চলা এই উচ্ছেদ অভিযানত…

দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত পুনৰ গঠন তিনিচুকীয়া পৌৰসভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ফেব্ৰুৱাৰী : দীৰ্ঘদিনীয়া অচলাৱস্থাৰ অন্তত আজি ৪৮ দিনৰ মূৰত পুনৰ গঠন হ’ল তিনিচুকীয়া পৌৰসভা ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে লৈ গঠিত হৈছিল…

আলি-আয়ে-লৃগাংঃ ১৫ ফেব্ৰুৱাৰীত লখিমপুৰ জিলাত স্থানীয় বন্ধ 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং উপলক্ষে লখিমপুৰ জিলা দণ্ডাধীশে ১৫ ফেব্ৰুৱাৰীৰ দিনা জিলাখনত স্হানীয় বন্ধৰ দিন ঘোষণা কৰিছে৷ এই সম্পৰ্কত জাৰী কৰা নিৰ্দেশ অনুযায়ী উক্ত দিনটোত আলি-আয়ে-লৃগাং…

ৰাজ্যৰ দশমখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ পাঠদানৰ অনুমোদন 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ ফেব্ৰুৱাৰী : চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ দশমখন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ। নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ ২০২৩-২৪ চিকিৎসা…

চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা

ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু…

মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা…

নিশা ১০ বজাঃ চলন্ত ৰেলত ডাঙৰকৈ কথা পতা- গান শুনাত বাধা আৰোপ

শতাব্দ ডিজিটেল ডেক্স, ১১ ফেব্ৰুৱাৰীঃ ভাৰতত ৰেল সেৱাৰ ব্যাপক ব্যৱহাৰ হয়।  দূৰৈৰ ঠাইলৈ যাবলৈ যথেষ্ট খৰচত আৰু কম সময়ত এক্সপ্ৰেছ ৰেলযোগে যাব পাৰি।  সকলো শ্ৰেণীৰ লোকে এই ৰেল সেৱা আৰামত ব্যৱহাৰ কৰিব পাৰে। ভাৰতীয় ৰেলৱেই এই ৰেল সেৱাৰ উন্নতিৰ…

সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হ’ব লক্ষীমপুৰ প্ৰশাসন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ  লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। উক্ত সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ওপৰত বিশদভাৱে…

লেখক-বেংক বিষয়া বিপিন শইকীয়াৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ ফেব্ৰুৱাৰীঃ লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী, অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া, সাংবাদিক, নিবন্ধকাৰ, গীতিকাৰ, জিকিৰ গায়ক, স্তম্ভ লেখক, সুবক্তা তথা জ্যেষ্ঠ নাগৰিক বিপিন শইকীয়াৰ আজি মৃত্যু ঘটে ৷ শইকীয়া বিগত…