আছাৰ ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ মিশ্ৰিত প্ৰভাৱ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৮জানুৱাৰী: বিটিআৰৰ সম্প্ৰসাৰণৰ বিৰোধিতাৰে আছাই আহ্বান জনোৱা ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধ ঘোষণৰ প্ৰভাৱ জিলাখনত মিশ্ৰিত ভাবে পৰে৷জিলাখনৰ ঢেকিয়াজুলিৰ লগতে বালিপৰা আৰু ৰঙাপৰাত এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়…
