“শতাব্দ”ৰ গ্ৰাহক-শুভাকাংক্ষীলৈ জাননী
অসমত ইতিবাচক সাংবাদিকতাৰ ধাৰাৰ পোষকতা কৰা "শতাব্দ ডিজি মিডিয়া"ই অসমৰ সচেতন ৰাইজ তথা গ্ৰাহকৰ আশীৰ্বাদত এটা বছৰ সম্পূৰ্ণ কৰি দ্বিতীয় বছৰত ভৰি দিলে। গ্ৰাহক- শুভাকাংক্ষীৰ সহায় অবিহনে 'শতাব্দ'ক আগুৱাই নিয়াটো কঠিন। সেয়ে আপোনাৰ ইচ্ছা আৰু…
