লিডুৰ অবৈধ কয়লা খনিত ২ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত আৰক্ষীৰ তদন্তত নাই কোনো অগ্ৰগতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৪ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত পুনৰ অবৈধ কয়লা খননত নিয়োজিত দুজন শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তই সচৰাচৰৰ দৰেই কোনো অগ্ৰগতি লাভ কৰা নাই…
