শিৱসাগৰত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি গৰুৰ মৰাশ খাই ২৫ টা শগুণৰ মৃত্যুঃ ৯ টা অসুস্থ অৱস্থাত উদ্ধাৰ

শান্তিপুৰ চিতলীয়া নাওজান পথাৰত হোৱাইট বেক— হিমালয়ান গ্ৰিফনৰ মৃত্যুঃ   ঘটনাস্থলীত ডি এফ অ, পশু চিকিৎসক সহ বন বিভাগৰ বৃহৎ দল উপস্থিতঃ বন বিভাগৰ জোৰদাৰ অনুসন্ধান আৰম্ভ

আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭  "দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE…

ঢাকাৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেজপুৰৰ শিৱম ক্ৰীয়েশ্যনৰ “অনুৰ – আইজ…

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২১ জানুৱাৰী :অসমৰ বিশিষ্ট গল্পকাৰ - সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "ভালপোৱাৰ সময়" নামৰ এটা বিখ্যাত গল্পৰ আধাৰত যুৱপ্ৰজন্মৰ এগৰাকী দক্ষ চলচ্চিত্ৰ পৰিচালক মঞ্জুল বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে তেজপুৰৰ…

ব্ৰহ্মপুত্ৰৰ বুকুত মালবাহী- যাত্ৰীবাহী জাহাজ পুনৰ চলাচল কৰিবঃ সৰ্বানন্দ সোনোৱাল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২১ জানুৱাৰী: তেজপুৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰশংসা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ তেওঁ…

অসমৰ হৃদৰোগাক্ৰান্ত শিশুৰ প্ৰথমটো দল ২৬ জানুৱাৰীত প্ৰেৰণ কৰা হ’ব আহমেদাবাদৰ শ্ৰীসত্য সাই হাৰ্ট…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২১ জানুৱাৰী: জন্মগত ভাৱে জটিল হৃদৰোগত আক্ৰান্ত অসমৰ শিশুৰ প্ৰথমটো দলক চিকিৎসাৰ বাবে অহা ২৬ জানুৱাৰীত আহমেদাবাদস্থিত শ্ৰীসত্য সাই হাৰ্ট হস্পিতাললৈ প্ৰেৰণ কৰা হ'ব। অসম চৰকাৰ আৰু শ্ৰীসত্য সাই হাৰ্ট হস্পিতালৰ মাজত যোৱা ৭…

বৰছলাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,২১জানুৱাৰী: শোণিতপুৰৰ ৭২ নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰগাওঁ গাওঁ পঞ্চায়ত এলেকাৰ আমগুৰি চাপৰিত ইন্দ্ৰধনু গেছ পাইপলাইন কোম্পানীৰ বিৰুদ্ধে আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বৰছলা…

লখিমপুৰত ৭ দিনত হস্ততাঁত বস্ত্রশিল্প বিভাগে ক্ৰয় কৰিলে কেৱল ৯৪ খনহে গামোচা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰৰ, ২১ জানুৱাৰী : চলিত বৰ্ষৰ ১৩ জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ মহিলা তথা শিপিনীসকলৰ উন্নয়নৰ বাবে মুকলি কৰা স্বনিৰ্ভৰ নাৰী ২০২১-২২ আঁচনিখন এতিয়া এক প্ৰকাৰে প্ৰহসনত পৰিণত হৈছে। ১৫…

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা

গুৱাহাটী, ২১ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০ জানুৱাৰীৰ দিনৰ ১২.৩০ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি…

তিনিচুকীয়া জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২১ জানুৱাৰী : তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলৰ ফিদাৰ ৰ’ড নিবাসী জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী বীণা শৰ্মাৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স…

লখিমপুৰত গুণোৎসৱত অভিভাৱক মন্ত্ৰী অতুল বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ, ২১ জানুৱাৰী ; কৃষি মন্ত্ৰী অতুল বৰাই আজি এদিনীয়া ভ্ৰমণ সূচী হাতত লৈ লখিমপুৰ জিলাত উপস্থিত হয়। উক্ত ভ্ৰমণ কালত লখিমপুৰৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে বৰ্তমান জিলাখনত চলি থকা গুণোৎসৱ-২০২৩ৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীত…