ৰাজ্যত ৪৩৬২কোটি টকা ব্যয়ৰে প্ৰিপেইড স্মাৰ্ট মিটাৰ কিয়?

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬জানুৱাৰী: ৰাজ্যৰ ৪৪ লাখ বিদ্যুৎ গ্ৰাহকৰ ঘৰত প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপনৰ আঁচনিখন ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা ১২জানুৱাৰীত অনুমোদন জনোৱাৰ তীব্ৰ বিৰোধিতা কৰিছে অল আছাম ইলেক্ট্ৰিচিটি কনজুমাৰ্চ এচোছিয়েছনে৷ এ এ ই…

বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুেদ্ধ ব্যৱস্থা গ্ৰহণৰ সকীয়নি আটাছুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : তিনিচুকীয়া চহৰৰ লগতে ইয়াৰ আশেপাশে থকা বিভিন্ন হোটেল আৰু দোকানত একপ্ৰকাৰে মুকলিকৈ চলি থকা বিলাতী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে গৰজি উঠিছে সদৌ তাই আহোম ছাত্র সন্থাৰ (আটাছু) তিনিচুকীয়া আঞ্চলিক সমিতি…

তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬…

শোণিতপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী শিল্পীলৈ অসম চৰকাৰৰ এককালীন শিল্পী সন্মান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰাৰ লগতে আন ১৪ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে এককালীন শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জিলাখনৰ তেজপুৰৰ…

মাঘ যে আমাৰ ভোগালী মাহ…

দাদুল দেৱকৃষ্ণ বৰুৱা মাঘ বিহু বুলিলেই কণ দাইটিৰ গা সাতখন আঠখন লাগে! তাহানিৰ মাঘ বিহুৰ ওলহ মালহ আজিকালি নাই যদিও কণ দাইটিয়ে মনৰ জোৰ হেৰুওৱা নাই। দাইটিয়ে বহাগ বিহুত গাঁৱৰ হুঁচৰিযোৰাৰ লগত সহযোগ কৰিবই কৰিব, কাতি বিহুত পথাৰত চাকি দিবই। আৰু…

তেজপুৰৰ নিৰু নেওগ বৰাৰ সৃষ্টিশীল যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫জানুৱাৰী: তেজপুৰ ঘৰপৰা চুবুৰী নিবাসী নিৰু নেওগ বৰাই ১৯৭৩ চনতে নাটক ৰচনা কৰাৰ মাজৰে সৃষ্টিশীল কৰ্ম্মত আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁৰ সাহিত্য কৃতি নাটকৰ উপৰি শিশু গল্প, শিশু উপন্যাস আৰু অন্যান্য লেখাত প্ৰতিফলিত…

সাত সাগৰ তেৰ নদীৰ সিপাৰলৈ ভোগালী বিহু…

 ড° বুলজিৎ বুঢ়াগোহাঁই ভোগালী বিহু অসমৰ জাতীয় উৎসৱ । ৰাজ্যখনৰ সকলো অঞ্চলত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভোগালী বিহু পালন কৰে। প্রৱাসী অসমীয়া সকলেও ভোগালী বিহু পালন কৰে। ভোগালী বিহু উদযাপন সমিতিবোৰৰ উদ্যোগত ভোগালী বিহু উপলক্ষে বিভিন্ন…

বেদখলকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰৰ

লক্ষীমপুৰ, ১৩ জানুৱাৰী : ৰাজ্য চৰকাৰক বেদখলকৃত ভূমিত চলোৱা উচ্ছেদ অভিযান অব্যাহত ৰখাৰ লগতে এই বেদখলকাৰী সকলৰ বিৰুদ্ধে অধিক কঠোৰ হবলৈ আহ্বান জনাইছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে। আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ…