তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত ১ আহত ৩
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জানুৱাৰী : ভোগালীৰ আনন্দৰ মাজতে তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ গুইজানত আজি বিয়লি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ শোকাৱহ মৃত্যু হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে এ এছ ০৬…
