কিশোৰী ধৰ্ষণ:চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫জানুৱাৰী: শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীথানা অন্তৰ্গত শালবাৰী অঞ্চলত এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আজি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুশৰি,এই জঘন্য ঘটনাটো…

লালুকৰ বিশিষ্ট ব্যক্তি মহেন্দ্ৰ নাথ বৰদলৈৰ দেহাৱসান : শোকস্তব্ধ লালুক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ লখিমপুৰ জিলাৰ লালুক অঞ্চলৰ সকলোৰে পৰিচিত, সমাদৃত বিশিষ্ট বুদ্ধিজীৱী, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ নাথ বৰদলৈৰ (৯২) যোৱা নিশা মহাপ্ৰয়াণ ঘটা খবৰে…

শিক্ষাৰ্থীৰ মানসিক সমস্যা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাৰ অৰ্থে শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ

শোণিতপুৰ জিলাৰ ৯০ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীৰ উপস্থিতিত তেজপুৰত "মানসিক কল্যাণ আৰু মানসিক স্বাস্থ্য" শীৰ্ষক গুৰুত্বপূৰ্ণ দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

লখিমপুৰত হিন্দু যুৱছাত্র পৰিষদৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ৫ জানুৱাৰীঃ অসমৰ অন্যতম অৰাজনৈতিক সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷…

ভালুকপুঙত ডিটেনেটৰ বিস্ফোৰণত আহত ছাত্ৰী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ জানুৱাৰী : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত আজি বিয়লি এক ডিটেনেটৰ বিস্ফোৰণত এগৰাকী ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷উল্লেখযোগ্য যে,আজি প্ৰায় দুই মান বজাত বিদ্যালয়ৰ পৰা উভটি অহাৰ সময়ত পথৰ দাঁতিত পৰি…

তেজপুৰ জয়মতী পথাৰত চিপিআই(এম)ৰ জনসভাঃ চাৰি জিলাৰ মৰ্যাদা কৰ্তনৰ বিৰোধিতা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৫ জানুৱাৰীঃ ২০২৬ ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে দেশৰ লোকসভাত সিদ্ধান্ত গ্ৰহন কৰাৰ পিছত ২০০১ৰ লোক পিয়লৰ আধাৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত আৰু ৰাজ্যচৰকাৰে ৰাজ্যৰ চাৰিখন জিলা বিলুপ্তিকৰণৰ…

উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স…

বিশ্ব ব্ৰেইল দিৱস উদ্‌যাপন

উত্তৰ লখিমপুৰ, ৪ জানুৱাৰীঃ আজি উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ত খণ্ড পৰ্যায়ত বিশ্ব ব্ৰেইল দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়।পুৱা ৯বজাত পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ নগৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতুমনি দত্তই।পুৱা ১০বজাত…

তেজপুৰৰ বিহগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪জানুৱাৰী: তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বিহগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে৷ এই অঞ্চলসমূহত পকাধান ভক্ষণ কৰাৰ পাছত বনৰীয়া হাতীয়ে নিশা চাপৰিত শ শ বিঘাৰ ৰঙালাও,আলু আৰু সৰিয়হ বিলাহী খেতি তহিলং কৰিছে৷ ইতিমধ্যে…