ৰাজ্যৰ চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ২২৩ কোটি ১ লাখৰ অধিক টকা অনাদায়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩ জানুৱাৰী: অসমৰ স্হায়ী আৰু অস্হায়ী তথা অৱসৰপ্ৰাপ্ত লাখ লাখ চাহ শ্ৰমিকৰ দৰমহাৰ পৰা কৰ্তন কৰা কোটি কোটি টকাৰ ভৱিষ্যনিধিৰ ধনৰ লগতে চাহ বাগিচাৰ মালিকসকলে আদায় দিবলগীয়া ভৱিষ্যনিধিৰ অংশ সংশ্লিষ্ট কাৰ্যালয়ত জমা দিয়া…

কাশীৰ পৰা নদীপথেৰে ডিব্ৰুগড়লৈ দীৰ্ঘতম প্ৰমোদ ভ্ৰমণ

শতাব্দ পৰ্যটন প্ৰতিবেদক, ৩ জানুৱাৰীঃ সুদূৰ কাশীৰ পৰা নদীপথেৰে পশ্চিমবংগ- ঢাকা হৈ ডিব্ৰুগড়লৈ প্ৰমোদ ভ্ৰমণ ! ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল জলপথ অতিক্ৰম কৰিব এই প্ৰমোদ তৰীয়ে। এই দীৰ্ঘ যাত্ৰাকালত জাহাজখনে যাত্ৰী আৰু পৰ্যটকক মুঠ…

গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ

গৌৰীপুৰত থকা কিংবদন্তী গোৱালপৰীয়া শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ বাসগৃহ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ কাম আৰম্ভ হৈছে। ২০২৪ চনৰ ১ জানুৱাৰীৰ ভিতৰত এই কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত সমূহীয়া মাছ ধৰাত শোণিতপুৰ জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ জানুৱাৰীঃ নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল বিষয়াই লাওখোৱা আৰু বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত একাংশ লোকে মাঘ বিহুৰ সময়ত সমূহীয়া ভাবে মাছ ধৰাৰ এক কাৰ্যসূচী আয়োজন কৰাৰ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনৰ…

১৮ তম ৰাষ্ট্ৰীয় টাইকোৱান-ডো (আই টি এফ) চেম্পিয়নশ্বিপত অসম দলে লাভ কৰিলে ২৪টা পদক 

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ ২ জানুৱাৰী ; ২০২২ চনৰ ২৬ৰ পৰা ২৮ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত ১৮ তম" ৰাষ্ট্ৰীয় আইটিএফ টাইকোৱানডো চেম্পিয়নশ্বিপত অসম দলে ২৪ টাকৈ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। স্পেইনৰ আন্তঃৰাষ্ট্ৰীয়…

ভোমোৰাগুৰি বনভোজস্হলীত যুৱতীক শ্লীলতা হানি:ধৃত দুই স্বয়ম্ভু সাংবাদিক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২জানুৱাৰী: পহিলা জানুৱাৰীৰ বিয়লি প্ৰায় চাৰি বজাত তেজপুৰৰ বনভোজস্হলী কলিয়াভোমোৰা দলঙৰ তলত বনভোজ খাবলৈ যোৱা তেজপুৰৰ এটা দলৰ লগত কাজিয়াত লিপ্ত হয় আন এটা দল৷এই দলটোৱে তেজপুৰৰ বনভোজকাৰী দলটোৰ যুৱতীক অশ্লীলভাবে…

বিহালীৰ প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ নতুন সমিতি গঠন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১ জানুৱাৰী : আজি দিনযোৰা কাৰ্যসূচীৰে বিহালী প্ৰেছ ক্লাৱৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বেদেতীৰ অমিয় ভৱনত অনুষ্ঠিত হয়। বিহালী প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে দীপক শৰ্মাই আৰু অনুষ্ঠানটিৰ আঁ‌ত ধৰে পত্ৰিকা সম্পাদক…

বছৰৰ পহিলা দিনটোত তেজপুৰৰ সৌন্দর্য-সুষমা পান দেশী-বিদেশী পৰ্যটকৰ

তেজপুৰৰ পৰা মনোজ কুমাৰ শইকীয়া, ১জানুৱাৰী : প্ৰকৃতিৰ অনাবিল সৌন্দর্য-সুষমাৰে ভৰপূৰ তেজপুৰ চহৰ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থল। তেজপুৰ মানেই যেন পৌৰাণিক প্ৰেমৰ মধুৰ সোঁৱৰণৰ তীৰ্থভূমি। ঐতিহ্যমণ্ডিত চহৰখনৰ সৰ্বত্ৰ আজিও নীৰৱে প্রতিধ্বনিত হয়…