তেজপুৰত পহিলা জানুৱাৰীৰ “নাটকৰ দিন” উদযাপন

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১ জানুৱাৰী : নাটক আমাৰ জীৱন, নাটকেই আমাৰ খাদ্য। সেয়েহে নাটক আমাৰ বাবে জিন্দাবাদ। নাটকখন অবিহনে আমি কোনো ক্ষেত্ৰতে মানসিক প্ৰশান্তি লাভ কৰিব নোৱাৰোঁ বুলি আজি সন্ধিয়া তেজপুৰৰ জে বি প্ৰডাকচনৰ আখৰা গৃহত মন্তব্য কৰে…

কোৱাবাৰী দলনিত জলপক্ষীয়ে  হেৰুৱাই পেলাইছে বিচৰণ ক্ষেত্ৰ- গভীৰতা হ্ৰাস

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ ঢকুৱাখনাৰ মেগামিক্স প্ৰকৃতি সংঘই প্ৰতিটো ইংৰাজী বছৰৰ প্ৰথম দিনটোৰ পুৱা ভাগত কোৱাবাৰী দলনি পক্ষী প্ৰসিদ্ধ (Important Birds Area) ক্ষেত্ৰত পক্ষী নিৰীক্ষণ আৰু সমীক্ষা কাৰ্যসূচীৰে শুভাৰম্ভ কৰাতো এটা অন্যতম…

বিশিষ্ট শিক্ষাবিদ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি, শিশু সাহিত্যিক দ্বীজেন নাথ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১ জানুৱাৰীঃ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লেখক ৰমেশ চন্দ্ৰ কলিতা তেজপুৰ সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, আজি পহিলা জানুৱাৰীৰ দিনটোত…

কথা, কবিতা, নৃত্য, গীতৰ সুৰেৰে জীপাল সোমদিৰিৰ পাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জানুৱাৰীঃ প্ৰতি বছৰৰ দৰে এইবাৰো কাব্য চৰ্চাৰ অনুষ্ঠান শব্দ আৰু তিনিমহীয়া সাহিত্য আলোচনী চৰৈৱতিৰ উদ্যোগত নৱবর্ষৰ পহিলা দিনটোত লখিমপুৰ নগৰৰ সোমদিৰি নৈৰ ষঠ পূজাৰ ঘাটত অনুষ্ঠিত হয় সুদিনৰ সংকল্প শীৰ্ষক গীত, নৃত্য, কথা,…

নৱবৰ্ষ আৰু সংকল্প

ড° বুলজিৎ বুঢ়াগোহাঁই মাননীয় সম্পাদক মহোদয়, "শতাব্দ" বাতৰি কাকতৰ সমূহ কৰ্ম-কৰ্তা আৰু পঢ়ুৱৈলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো ৷ লগতে আজি(০১।০১।২০২৩) "শতাব্দ" ই এবছৰীয়া হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো। আশাকৰো, অসম আৰু অসমীয়াৰ…

স্বাধীন দেশৰ নাগৰিক হোৱাৰ অনুভৱ

দিগন্ত কাকতি      কিছুদিন আগতে আমাৰ সকলোৰে প্ৰিয় বিশিষ্ট সাহিত্যিক য়েচে দৰজে ঠংচিদেৱ অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত ‘শতাব্দ‘ৰ সম্পাদক শৈলেন বৰুৱাদেৱে ঠংচিদেৱক প্ৰথমবাৰ লগ পোৱাৰ স্মৃতিচাৰণ কৰোতে হঠাতে গুৱাহাটীৰ পৰা গৈ…

ফুলে কোৱা কথাবোৰ…

তৃষ্ণা বৰগোহাঞি       আজি আপোনালোকলৈ ফুল লৈ আহিছোঁ । হঠাতে ফুল কিয়? ৰ'ব, ফুলৰ যে ক'ত কথা ক'বলৈ আছে ! আপুনি কেতিয়াবা শুনিছেনে ফুলে কোৱা কথাবোৰ ! আজিয়েইতো নহয় ,ফুলবোৰে হাজাৰ বছৰ জুৰি ক'ত কথাই কৈ আহিছে ! সেয়ে হয়তো গৌতম বুদ্ধয়ো কৈছিল -- "এপাহ…

দ্বিতীয় বছৰত শতাব্দ

    স্বাগতম নৱবৰ্ষ ২০২৩। শতাব্দ ডি জি মিডিয়াই আজিৰ দিনটোতে দ্বিতীয় বৰ্ষত ভৰি দিলে। এই আপাহতে শতাব্দৰ সমূহ পঢ়ুৱৈ, বিজ্ঞাপনদাতা তথা শুভাকাংশীলৈ নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে নতুন বছৰটো সুখ সমৃদ্ধিৰে ভৰি পৰাৰ কামনা কৰিলো।     ডিজিটেল…