লখিমপুৰত ট্ৰেক্টৰৰ খুন্দাত মহাবিদ্যালয়ৰ ছাত্ৰী নিহত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৬ ডিচেম্বৰঃ আজি পুৱাই উত্তৰ লখিমপুৰ নগৰৰ চুতীয়াকাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই ঘটনাত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা ৮.৩০ মান বজাত বধাকৰা সোণোৱাল…

অসম-অৰুণাচলত বায়ুসেনাৰ বৃহৎ অনুশীলন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ডিচেম্বৰঃ কালিৰে পৰা অসম আৰু অৰুণাচলক সামৰি দুদিনীয়াকৈ চলোৱা হৈছে দেশৰ বায়ুসেনাৰ এক বৃহৎ অনুশীলন৷ যোৱা ৯ ডিচেম্বৰৰ পাছত অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োপক্ষৰ সেনাৰ…

তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে “৩০ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ” আৰু “ৰাজ্যিক…

শতাব্দ ষ্টাফৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ ৰাজ্যখনৰ তিনি শতাধিক শিশু বিজ্ঞানী আৰু শতাধিক বিজ্ঞানী আৰু বিজ্ঞান শিক্ষকৰ উপস্থিতিৰে কাইলৈৰ পৰা ১৯ ডিচেম্বৰলৈকে চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেহৰু ময়দান আৰু তেজপুৰৰ ঐতিহ্যমণ্ডিত তেজপুৰ…

লখিমপুৰ নগৰৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত দুবৃৰ্ত্তৰ হাতোৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ ডিচেম্বৰঃ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত থকা বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূত্তিটো কোনো দুবৃৰ্ত্তই ভঙাৰ সন্দেহ ব্যক্ত কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে৷ এই ভগ্ন প্ৰতিমূৰ্ত্তিটো শীঘ্ৰে পুনৰ নিৰ্মাণৰ দাবীত কোচ…

মুকলিৰ পথত ৰঙানৈৰ ওপৰত নতুন পকী দলং

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ ডিচেম্বৰঃ ৰঙানৈৰ ওপৰত এখন নতুন দলং। উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৰ পাঁচনৈত ৰঙানদীৰ ওপৰত ৬৯৮.০২ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা পকী দলংখন ১৬ ডিচেম্বৰত মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০১৮-১৯ বৰ্ষৰ নাবাৰ্ডৰ RIDF…

জামুগুৰিহাটত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ প্ৰস্তুতি  আৰম্ভ

জামুগুৰিহাট, ১৫ ডিচেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পকামূৰা পথাৰত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে ৷ ভাওনাথলিৰ ভূমি উন্নয়ণৰ কাম কালি শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই  শুভাৰম্ভ কৰাৰ পিছত…

তেজপুৰৰ বাঙালী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ ১৮ ডিচেম্বৰত

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ ডিচেম্বৰঃ তেজপুৰ চহৰৰ মাজমজিয়াত অৱস্থিত তেজপুৰ বাঙলী অবৈতনিক নাট্য সমাজৰ ১২৫ বছৰীয়া জয়ন্তী আৰম্ভ হ’ব অহা ১৮ ডিচেম্বৰত৷ আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে আয়োজিত কাৰ্যসূচীৰ বিষয়েও সদৰী কৰা…

অসম সাহিত্য সভাৰ সপ্তম কাৰ্যনিৰ্বাহকত উপস্থিত থাকিবৰ বাবে আহ্বান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ ডিচেম্বৰ ২০২২ তাৰিখ শনিবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা নলবাৰী নাট্য মন্দিৰত…

ভাৰত-চীনৰ সেনা সংঘৰ্ষঃ পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে অৰুণাচলৰ কেতবোৰ অঞ্চলৰ ভ্ৰমণ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪ ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা সম্প্ৰতি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । ইয়াৰ লগতে ইয়াংষ্টে  অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাতৰ দৰ্শন কৰিবলৈ যোৱা পথো পৰ্যটকৰ বাবে বন্ধ…