ভাল খবৰ

মাননীয় সম্পাদক মহোদয়, ইংৰাজী নৱবর্ষৰ এক তাৰিখে বাতৰি কাকতবোৰৰ প্রথম পৃষ্ঠাত ভাল ভাল খবৰবোৰ প্রকাশ হয় । ই এটা ভাল কথা । কিন্তু বছৰৰ অন্য দিনবোৰৰ সকলোবোৰ ভাল খবৰ সাধাৰণতে কাকতবোৰৰ প্রথম পৃষ্ঠাত প্রকাশ কৰা দেখা নাযায়। কিন্তু প্রত্যেক দিনৰ…

তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ – ২০২২ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২৬ ডিচেম্বৰঃ কেবাটাও ভাষাৰ ছখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ আৰু দুখন চুটি ছবিৰে আজিৰে পৰা ২৯ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত আৰম্ভ হৈছে "তেজপুৰ চলচ্চিত্ৰ মহোৎসৱ -…

লখিমপুৰত কাকৈ নৈৰ বলুকাত কবিতাৰ গুঞ্জন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ লখিমপুৰ ২৬ ডিচেম্বৰ: কাব্য, সাহিত্য, সংস্কৃতিৰ অনুষ্ঠান লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ সৌজন্যত ২৫ ডিচেম্বৰত "লখিমপুৰ জিলা বহুভাষিক কবি সন্মিলনৰ এখনি বৈঠক, শীতৰ দুপৰীয়া বহুভাষিক কবিতাৰ গুঞ্জন আৰু সমন্বয়ৰ এসাঁজ"…

মৰ্মন্তুদঃ তিনিচুকীয়াত ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ ডেৰ বছৰীয়া পুত্ৰসহ নিহত মাতৃ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ পানীতোলা থানাৰ অন্তৰ্গত বেটিয়নী গাঁৱত দেওবাৰে নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কৰুণভাৱে মৃত্যুমুখত পৰে ডেৰ বছৰীয়া সন্তানসহ এগৰাকী মাতৃ ৷ নিজ বাসগৃহৰ ভিতৰতে জীৱন্তে…

বৰ্ণাঢ্য ৰূপত দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আৰম্ভ 

শতাব্দ প্ৰতিনিধি, দিচাংমুখ, ২৬ ডিচেম্বৰঃ অসমৰ থলুৱা পৰ্যটন উদ্যোগক গতি প্ৰদান কৰাৰ লক্ষ্যৰে দিচাং-ব্ৰহ্মপুত্ৰ উৎসৱ আজিৰে পৰা আৰম্ভ হৈছে। দিচাং-ব্ৰহ্মপুত্ৰঃ ২০২২ উৎসৱ উদযাপন সমিতিৰ উদ্যোগত দিচাং-ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম ডেভেলপমেন্ট কমিটি,…

ৰমেন দুৱৰাক সমতা সাহিত্য অকাডেমিৰ ‘শিক্ষক ৰত্ন’ বঁটা

মুক্তাৰ আলী, ২৩ ডিচেম্বৰ : কেৰ্লিফনিয়া পাব্লিক ইউনিভাৰ্ছিটিৰ স্বীকৃতিপ্ৰাপ্ত ভাৰত চৰকাৰৰ অধীনস্থ সমতা সাহিত্য অকাডেমিয়ে 'ইণ্টাৰনেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ'ৰ সহযোগত আগবঢ়োৱা শিক্ষক ৰত্ন বঁটাৰে সন্মানিত হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ…

মেকানিজিম অব মেছি…

দাদুল দেৱকৃষ্ণ বৰুৱাৰুকে না তু, থকে না তু ঝুকে না তু, থামে না তু সদা চলে, থকে না তু ৰুকে না তু, ঝুকে না তু!কুৰি শতিকাৰ হিন্দী ভাষাৰ বিখ্যাত কবি হৰিবংশ ৰায় বচ্চনৰ বিখ্যাত কবিতা 'ৰুকে না তু/ ঝুকে না তু'। এই জনপ্ৰিয় কবিতাটোৰেই…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী

উত্তৰ লখিমপুৰ, ১৮ ডিচেম্বৰঃ গৌৰৱোজ্জ্বল ৫০ বৰ্ষত ভৰি দিয়া উপলক্ষে আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই সভাপতিত্ব কৰা সভাখনিত উদ্দেশ্য ব্যাখ্যা…

ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ

ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত…

গুৱাহাটীৰ লাচিত ঘাটত দুদিনীয়াকৈ মঞ্চস্থ হ’ব “লাচিত-বুৰঞ্জী লিখা তৰোৱাল”

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৬ডিচেম্বৰঃ ইতিমধ্যে তেজপুৰত অভূতপূৰ্ব সাফল্যৰে মঞ্চায়ন হৈ গ’ল৷ এইবাৰ মঞ্চায়ন হ’ব গুৱাহাটীত৷ এক অমৰ চৰিত্ৰ৷ যাৰ নামে জাতিক জগাই, যাৰ নামে সঞ্চাৰিত কৰিব পাৰে জাতিক তথা দেশক ভালপোৱা প্ৰতিজনৰে শৰীৰৰ ধমনিত ৰক্তৰ…