তেজপুৰত প্ৰথমবাৰৰ বাবে “সাহিত্য উৎসৱ – ২০২২” আৰম্ভ
নতুন প্ৰজন্মৰ লেখক সকল বিভিন্ন বিষয়ৰ ধাৰণা অন্বেষী হোৱা উচিত - - ডা০ ধ্ৰুৱজ্যোতি বৰা
তেজপুৰ সাহিত্য উৎসৱক জয়পুৰ সাহিত্য উৎসৱৰ লেখিয়াকৈ উন্নীত কৰিবলৈ আহ্বান অইলৰ মুখ্য মহা প্ৰৱন্ধক মাধূৰ্য বৰুৱাৰ
অসমৰ নতুন প্ৰজন্মৰ গৱেষক সকলে…
