চুইজাৰলেণ্ডে ইলেক্ট্ৰিক গাড়ী নিষিদ্ধ কৰিবলৈ ওলাইছে !
শতাব্দ নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ সমগ্ৰ বিশ্বৰ গাড়ীৰ বজাৰত ইলেক্ট্ৰিক গাড়ীৰ চাহিদা যোৱা কেইবছৰমানৰ পৰা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰততো ইলেক্ট্ৰিক গাড়ী আৰু বাইকৰ চাহিদা বিগত এটা বছৰত দুগুণ বৃদ্ধি পাইছে। ইলেক্ট্ৰিক গাড়ীৰ বিশ্বব্যাপী…
