অসম সফলতাৰে সামৰণি পৰিল “তেজপুৰ সাহিত্য উৎসৱ – ২০২২ শতাব্দ Dec 12, 2022 0 অন্তিম দিনত পৰীৰ দেশৰ সাধু, সৃজনীমূলক লেখাৰ দিশ উন্মোচনৰ চৰ্চাই মন্ত্ৰ মুগ্ধ কৰি তোলে উপস্থিত ৰাইজক
অসম “পদ্যৰ সঁফুৰা” গ্ৰন্থৰ বাবে সুৰেন্দ্ৰ মোহন দাসলৈ ‘অকণিৰ সাহিত্য সভা’ৰ ২০২২… শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ উপযোগী "পদ্যৰ সঁফুৰা" শীৰ্ষক গ্ৰন্থলৈ ২০২২ চনৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদান কৰিব বুলি আজি তেজপুৰত এক প্ৰেছ বিবৃতি যোগে "অকণিৰ সাহিত্য সভা"ৰ সভাপতি পংকজ বৰুৱা আৰু সম্পাদক…
অসম আমাক শিক্ষকৰ মৰ্যাদা দিয়ক- ধেমাজিত টিউটৰ শিক্ষকৰ বিশাল গণ অৱস্থান শতাব্দ Dec 12, 2022 0 ধেমাজিত চাৰিখন জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়। প্ৰতিবাদীসকলে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়। চাৰি জিলাৰ সহস্ৰাধিক টিউটৰ-কৰ্মচাৰীৰ ঐক্যবদ্ধ…
অসম তিনিচুকীয়াত ৰে’লৱেৰ মাটিত থকা ১৫১ বাসগৃহত চলিল বুলডজাৰ শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১২ ডিচেম্বৰ : তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া অঞ্চলৰ ৰাজাআলি এলেকাত আজি ৰে’ল বিভাগৰ মাটি অবৈধভাৱে দখল কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হয় ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত ৰে’ল বিভাগে চলোৱা এই…
অসম ক্ষীৰধৰ বৰুৱাক ২০২২ বৰ্ষৰ “নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা” প্ৰদান শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ ডিচেম্বৰঃ বিশিষ্ট বিজ্ঞান লেখক, শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক ক্ষীৰধৰ বৰুৱাক কালি শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২০২২ বৰ্ষৰ "নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা" প্ৰদান কৰে।শোণিতপুৰ…
অসম সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’ শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত…
অসম ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত ( ফটো সংবাদ) শতাব্দ Dec 12, 2022 0 এইখন শিৱসাগৰ দিচাংমুখ ঘাটৰ পৰা মাজুলী জিলাৰ চৰ চাপৰিলৈ যোৱা দলং... ৰাজ্যৰ বহু ঠাইতে এনেকুৱা দলঙেৰেই চলে বিপজ্জনক যাতায়াত... ৰাইজে চৰকাৰক কৰা দাবীবোৰ পূৰণ হব কেতিয়া !আলোকচিত্ৰঃ আব্দুল মতিন
আন্তঃৰাষ্ট্ৰীয় ভাৰত বহুত্ববাদী আৰু সহনশীল! ৰাষ্ট্ৰসংঘই নিৰ্দ্বিধাই স্বীকাৰ কৰিলে শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : ভাৰতে সদায় নিজৰ মন্ত্ৰত বিশ্বাস কৰি আহিছে। আনক আক্ৰমণ নকৰা, সাম্ৰাজ্যবাদত বিশ্বাস নকৰা, আন ঠাইত আধিপত্য বিস্তাৰ নকৰা। ভাৰতৰ মনোভাৱ ইতিহাসৰ আদিম কালৰ পৰাই অত্যাধুনিক হৈ আহিছে। ৰাষ্ট্ৰসংঘই যেন সেই কথা…
অফবিট ১০৭ দিন অবিৰত মাৰাথন দৌৰেৰে এৰ্চনাৰ বিশ্ব অভিলেখ শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : মাৰাথন এনে এক খেল য’ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ইয়াক সম্পূৰ্ণ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ইয়াক সম্পূৰ্ণ কৰিবলৈ এজন প্ৰতিযোগীয়ে ৪২.১৯৫ কিলোমিটাৰ (মহিলাৰ বাবে) দৌৰিব লাগে যিটো সকলোৰে বাবে…
আন্তঃৰাষ্ট্ৰীয় আসন্ন নতুন বছৰত চন্দ্ৰলৈ যাব এটা দল, দলৰ কোনোৱেই কিন্তু বিজ্ঞানী নহয় শতাব্দ Dec 12, 2022 0 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : জাপানৰ কোটিপতি ইউছাকু মেজাৱাই প্ৰকাশ কৰিছে ৮ জন লোকৰ নাম। যিসকলক লৈ চন্দ্ৰলৈ যাবলৈ এটা দল গঠন কৰা হ’ব। যিসকল চন্দ্ৰ অভিযানত হ’ব তেওঁৰ সংগী। অহা বছৰ স্পেচএক্স মহাকাশযানে এই অভিযান আৰম্ভ কৰিব। তেওঁৰ লগত…