ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লখিমপুৰৰ প্ৰত্যক্ষদৰ্শী ছাত্ৰৰ বিস্ফোৰক ভাষ্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰত্যক্ষদৰ্শী লখিমপুৰৰ এজন ছাত্ৰই সম্প্ৰতি বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ আজি ছাত্ৰজনে লখিমপুৰত নিজমুখে তেওঁ দেখা ৰেগিং কাণ্ডৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে৷ নৰ্থ…
