লখিমপুৰ জিলা বি জে পিত তীব্ৰ সংঘাত: জিলা সভাপতিৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি লৈ অভিযোগ প্ৰেৰণ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ২৯ নৱেম্বৰঃ লখিমপুৰ জিলা বিজেপিত এতিয়া সংঘাত তীব্ৰতৰ হৈ উঠিছে। জিলা সভাপতি ফণীধৰ বৰুৱাৰ বিৰুদ্ধে একাংশ বিষয়ববীয়াই ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰই এই কথা স্পষ্ট কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰ জিলা বিজেপিৰ…

গুৱাহাটীত নিৰ্মাণ হ’ব তিনিখন নতুন ফ্লাই অভাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : অসমৰ ৰাজধানী চহৰ গুৱাহাটীত অদূৰ ভৱিষ্যতে আৰু তিনিখন উৰণীয়া সেঁতুৰ ব্যৱস্থা কৰা হ’ব৷ অসম কেবিনেটে গুৱাহাটীত তিনিখন নতুন উৰণীয়া সেতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। এই কথা জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত…

পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক 'উচিত ব্যৱস্থা' ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ…

গুৱাহাটীত ৩ কোটিৰো অধিক মূল্যৰ গাঞ্জা জব্দ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ গাঞ্জা। ২৯ নৱেম্বৰ মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে জব্দ কৰে কমেও ৫০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাৰ মূল্য ৩ কোটিৰো অধিক বুলি অনুমান কৰা হৈছে। গড়চুক অঞ্চলত…

অসম চিকিৎসা মহাবিদ্যালয়ত ৰেগিং : দুই স্নাতকোত্তৰ ছাত্ৰক নিলম্বিত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰি থকা দুগৰাকী চিকিৎসকক ৰেগিঙত লিপ্ত হোৱাৰ অভিযোগত ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰাৰ লগতে হোষ্টেলৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি ২৯…

ৰেগিং প্ৰসংগ : ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ব্যৰ্থতাক মুখ্যমন্ত্ৰীৰ তীব্ৰ সমালোচনা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৯ নৱেম্বৰ মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ৰেগিঙৰ বিষয়টো চোৱা-চিতা কৰাত ‘ব্যৰ্থ’ হোৱাক লৈ তীব্ৰ সমালোচনা কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে…

আকাশলৈ উভতিব ‘ম্ৰিয়া’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ধ্বংস হৈ গ’ল; কিন্তু ধ্বংসাৱশেষৰ পৰা ফিনিক্সৰ দৰে জী উঠিবলৈ গৈ আছে। নাম এণ্টন’ভ-২২৫। ৰাছিয়াৰ আক্ৰমণত ধ্বংস হৈছিল। এই বিমানখন ‘ম্ৰিয়া’ নামেৰে জনাজাত। ইউক্ৰেইনৰ mrya শব্দৰ অৰ্থ— সপোন। আনুষ্ঠানিকভাৱে ই…

নিৰ্মাণ কৰা হৈছে দ্বিতীয় ‘সূৰ্য’! পৃথিৱীয়ে কেতিয়া পাব এই কৃত্ৰিম নক্ষত্ৰ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ: সূৰ্যটো নুমাই যাব— বহুদিনৰ পৰা তেনেকৈয়ে চৰ্চা চলি আহিছে। ইফালে সৌৰশক্তি হৈছে জীয়াই থকাৰ শক্তি, জীয়াই থকাৰ সম্বল। গতিকে মানুহে এটা কৃত্ৰিম সূৰ্য সৃষ্টি কৰাৰ সিদ্ধান্ত ল’লে। বহু দেশে এই প্ৰকল্পত যোগদান…

মৰুভূমিত ছাম্বাৰ ছন্দ, কেচেমিৰো নায়ক হোৱা দিনটোত ব্ৰাজিলৰ ইতিহাস

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ষ্টেডিয়াম ৯৭৪ত কেইবাটাও নজিৰ গঢ়াৰ দুৱাৰদলিত থিয় দিছিল ব্ৰাজিল। প্ৰথমটো হ’ল বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুযোগ। দ্বিতীয়তে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত একেৰাহে ১৭খন…

ৰিয়ান পৰাগৰ দুৰ্দান্ত ১৭৪ ৰাণ : বিজয় হাজাৰে ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু কাশ্মীৰক হৰুৱালে অসমে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : আজি সোমবাৰে (২৮ নৱেম্বৰ) আহমেদাবাদত অনুষ্ঠিত বিজয় হাজাৰে ট্ৰফীৰ এখন কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৪৬.১ অভাৰত ৩৫১ ৰাণৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰি ৭ উইকেটত দৰ্শনীয় বিজয় সাব্যস্ত কৰিছে অসমে।…