তেজপুৰত ডাম্পাৰৰ মুখামুখি সংৰ্ঘষত দুজন নিহত, দুজন আহত
শতাব্দ প্ৰতিনিধি,তেজপুৰ ২৮ নৱেম্বৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী তথা বৰঘাট আৰক্ষী চকী অন্তৰ্গত অঞ্চলত ডাম্পাৰৰ নিয়ন্ত্ৰণহীন চলাচলত ইতিমধ্যেই দুজনৰ প্ৰাণ হানি হোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি পুৱাই দুখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত…
