বিহপুৰীয়াত ভংয়কৰ অগ্নিকাণ্ডঃ শুই থাকোতেই প্ৰাণ গ’ল এজনৰঃ
শতাব্দ প্ৰতিনিধি লখিমপুৰ, ২৮ নৱেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াত যোৱা নিশা এক ভংয়কৰ অগ্নিকাণ্ড সংঘটিত হয়৷ বিহপুৰীয়াৰ সন্তপুৰ চাৰিআলিত সংঘটিত হোৱা এই ঘটনাত এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে চাৰিখন দোকান ভস্মীভূত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা…
