Browsing Category

পলকতে

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলৰ সফলতা

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ মে : চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সদ্য সমাপ্ত ৪২তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক প্ৰতিযোগিতাত যোৰহাট দলে বিশেষ সফলতা অৰ্জন কৰে। যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰা ইছলাম আহমেদ ৭০ বছৰ উৰ্ধৰ লং জাম্পত ৰূপৰ পদক, ৬৫…

শিৱসাগৰৰ বিএছএফ জোৱানৰ কাশ্মীৰত আকস্মিক মৃত্যু

শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে': শিৱসাগৰ চহৰৰ সমীপৰ কোঁৱৰপুৰ বৰুৱাচুকৰ চাহ দুমানী ৰহমানৰ যোৱা ১ মে তাৰিখে সীমান্ত সুৰক্ষা বাহিনী(বিএছএফ)ত কৰ্মৰত অৱস্থাত মৃত্যু হোৱাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ৰহমান কাশ্মীৰৰ বাৰামুল্লাত সীমান্ত সুৰক্ষা…

শোণিতপুৰৰ বৰছলাত বিষক্ৰিয়াত আক্ৰান্ত দুই শতাধিক লোক

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৪মে’: শোণিতপুৰৰ বৰছলা বিধান সভা সমষ্টিৰ এক অঞ্চলত দুই শতাধিক লোক বিষক্ৰিয়াত আক্ৰান্ত হোৱাত অঞ্চলটোত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । এখন বিয়াৰ অভ্যৰ্থনাৰ খাদ্যৰ পৰাই এই বিষক্ৰিয়া হোৱাৰ আশংকা কৰা হৈছে । যোৱানিশাৰ পৰা…

শিৱসাগৰত পুনৰ সক্ৰিয় ৰূপত আত্ম প্ৰকাশ কুখ্যাত হাণি ট্ৰেপিং চক্ৰৰ

 শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ৪ মে' : শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ পৰিচালনাত ডি এচ পি হেডকোৱাৰ্টাৰ ডেইজী গগৈ আৰু সদৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত নগৰ উপ পৰিদৰ্শক বিশ্বজ্যোতি দুৱৰীয়ে যোৱা নিশা জয়সাগৰৰ সমীপৰ…

মেদ মহামাৰী ! বছৰি মৃত্যু হ’ব ১২ লক্ষ মানুহ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : নতুন মহামাৰী আহিছে। যাৰ নাম মেদ মহামাৰী। ইংৰাজীত কোৱা হয় Obesity Epidemic। এই মহামাৰীত প্রতি বছৰে কেৱল ইউৰোপতেই ১২ লাখৰ ওচৰা-ওচৰি মানুহৰ মৃত্যু হ'ব। ২ লাখৰ বেছি মানুহ এই মহামাৰীৰ কাৰণে আক্রান্ত হ'ব কেন্সাৰত।…

বিশ্বৰ প্রথমখন ভাসমান চহৰ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ মে' : বিশ্বৰ প্রথমখন ভাসমান চহৰ। অর্থাৎ এই চহৰ ভাঁহি থাকিব পানীৰ ওপৰত ! অবাক লাগিলেও একেবাৰে সত্য। দক্ষিণ কোৰিয়াৰ বুচানত এই চহৰ নির্মাণৰ কাম আৰম্ভ হে হৈছে। কিন্তু কিয় হঠাৎ এনে এখন চহৰৰ পৰিকল্পনা কৰা হ'ল?…

বিশ্ব সংবাদ মাধ্যমৰ স্বতন্ত্ৰ সূচাংক ২০২২ত ভাৰত অৱনমিত

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা এতিয়া মুঠেও সুৰক্ষিত নহয়। আৰু ক্ৰমে ক্ৰমে এই স্বাধীনতাৰ অৱক্ষয় ঘটাৰহে উপক্ৰম হৈছে। ৩ মে'ত বিশ্ব সংবাদ মাধ্যম…

দেশে-বিদেশে ৮টা ‘তাজমহল’

দাদুল দেৱকৃষ্ণ বৰুৱাতাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত আশ্চর্যৰ অন্যতম আশ্চর্য। আগ্ৰা চহৰত যমুনাৰ পাৰত এই ভালপোৱাৰ অমলিন ইতিহাস। মোগল সম্রাট ছাহজাহানে তেওঁৰ প্রিয়তমা মমতাজৰ স্মৃতিত…

নামদাফাত পৰ্যটকৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন

শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত এলেকাৰ মাজেদি প্ৰবাহিত হোৱা নোৱা দিহিং নদীত পৰ্যটকসকলৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন কৰা হৈছে। যোৱা দেওবাৰে স্থানীয় মিয়াও সমষ্টিৰ…

বিদ্যালয় কেনেকৈ পৰিচালনা কৰিব লাগেঃ প্ৰশিক্ষণ

উত্তৰ লখিমপুৰ, ৪মেঃ   ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ টাদুনীয়া মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত যোৱা ২৭ ,২৮ এপ্ৰিল আৰু ৩মে তাৰিখে তিনিদিনীয়া অনা আবাসিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ প্ৰশিক্ষণ…