Browsing Category

পলকতে

মহাকাশত ছমাহ কটাই উভতিছে ৰাজা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : মহাকাশত ছমাহ কটাই অহা শুকুৰবাৰ, ৬ মে'ত পৃথিৱী পাবহি ভাৰতীয় বংশোদ্ভৱ মহাকাশচাৰী ৰাজা চাৰী। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASAৰ তৰফৰ পৰা ৪ মে' বুধবাৰে এই কথা জনোৱা হৈছে। ভাৰতীয় বংশোদ্ভৱ আমেৰিকান নাগৰিক ৰাজাৰ…

মেঘালয়ৰ গাৰোপাহাৰলৈ দ্বিতীয়টো ৰেইলপথ

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': মেঘালয়ৰ গাৰো পাহাৰলৈ দ্বিতীয়টো ৰেলপথ নিৰ্মাণৰ প্ৰস্তাৱে সাকাৰ ৰূপ লোৱাৰ পথত। অসমৰ দুধনৈৰ পৰা গাৰো পাহাৰৰ মেন্দিপথাৰলৈ ইতিমধ্যে ৰেল যোগাযোগ স্থাপন হৈছে। গাৰো পাহাৰৰ 'জইণ্ট ম'ভমেণ্ট কমিটী ফৰ ক'ৰিডৰ'ৰ…

এভাৰেষ্টৰ চূড়াত চীনৰ বতৰ বিজ্ঞান কেন্দ্র

 শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : পৃথিৱীৰ সর্বোচ্চ শৃঙ্গ এভাৰেষ্টত বতৰ বিজ্ঞান কেন্দ্র স্থাপন কৰিলে চীনে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৪ মে' বুধবাৰে দুপৰীয়া ১২. ৪৬ বজাত বৈজ্ঞানিক অভিযাত্রী দলৰ সদস্যসকলে মাউন্ট এভাৰেষ্টত…

 ভাৰতত শীঘ্ৰে 5G সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে': শীঘ্ৰেই ভাৰতবৰ্ষত আৰম্ভ হ'ব তীব্ৰ গতিৰ 5G ম'বাইল সেৱা। কেন্দ্ৰীয় দূৰসংযোগ বিভাগে জনোৱা মতে এই বছৰতেই দেশত 5G সেৱা প্ৰৱৰ্তন কৰাৰ যো-জা সম্পূৰ্ণ কৰা হৈছে। প্ৰথম পৰ্যায়ত দেশৰ ১৩ খন মহানগৰ দিল্লী, মুম্বাই,…

সাৰ বিতৰণ ব্যৱস্থাৰ পৰা মধ্যভোগী আঁতৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ

ৰাজ্যখনত সাৰ বিতৰণ ব্যৱস্থাক সুশৃংখল কৰাৰ সন্দৰ্ভত উপায়ুক্ত আৰু জিলা কৃষি বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স মুখ্যমন্ত্রীৰ। খুচুৰা বিক্ৰেতাসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ। প্ৰণালীবদ্ধ সাৰ বিতৰণৰ বাবে এক মানক সঞ্চালন…

জীয়াভৰলীৰ ৫০বছৰীয়া দলং বিধ্বস্তপ্ৰায়

শতাব্দ প্ৰতিনিধি তেজপুৰ,৪মে’: জীয়াভৰলী নৈৰ ওপৰত থকা একমাত্ৰ দলংখনৰ সাম্প্ৰতিক অৱস্থাই বহু লোককে উদ্বিগ্ন কৰিছে । ১৯৬২ ত শোণিতপুৰৰ খনামুখ আৰু টৌভঙাৰ মাজত ১৫নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা জীয়াভৰলীৰ এই দলংখন নিৰ্মাণ কৰা হৈছিল । বৰ্তমান…

তেজপুৰত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল গছ

শতাব্দ প্ৰতিনিধি তেজপুৰ , ৪ মে’: তেজপুৰৰ হলেশ্বৰ অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত আজি দিনৰ প্ৰায় ১১ বজাত ৰখাই থোৱা বাহনৰ ওপৰত উভালি পৰিল এজোপা  প্ৰকাণ্ড গছ । পৰিণতিত পথৰ দাঁতিত ৰখাই থোৱা বাহন এখনৰ ক্ষতি হোৱাৰ লগতে ব্যস্ত ৰাষ্ট্ৰীয় পথৰে যান…

লখিমপুৰৰ এল.টি.কে. মহাবিদ্যালয়ত অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিৱেশন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৪ মেঃ অসম গণিত শিক্ষায়তনৰ ৩৬ তম্ দ্বি-বার্ষিক অধিবেশনখনি এল.টি.কে মহাবিদ্যালয়ৰ নন্দৰাম দাস ক্ষেত্ৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অসম গণিত শিক্ষায়তনৰ সভাপতি ড°…

কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ সভাত পৰ্ন ছবি : আই অ’ চি এলৰ মাণ্ডলিক প্ৰবন্ধক আৰু হোটেলৰ স্বত্বাধিকাৰীৰ…

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৪ মে’ : কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ (আই অ’ চি এল) এক কাৰ্যসূচীত পৰ্ন ভিডিঅ’ চলাৰ ঘটনা সন্দৰ্ভত আজি ২ জন সাক্ষীয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত সাক্ষ্যদান কৰে । উল্লেখ্য যে যোৱা ৩০…

যোৰহাটত নুৰুল হক – মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা

শতাব্দ প্ৰতিনিধি,যোৰহাট , ৪ মে : যোৰহাটৰ সুৰৰ দেউল সংগীত বিদ্যালয়ৰ উদ্যোগত ১৫ মে'ত ৰাজ্যিক ভিত্তিত নুৰুল হক - মুহিবুদ্দিন আহমেদৰ নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হব। আয়োজক সমিতিয়ে ১৬ টা গীত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰিছে। যোৰহাট…