Browsing Category

পলকতে

যোৰহাটত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ

শতাব্দ প্ৰতিনিধি, যোৰহাট, ৫ মে : মাৰোৱাৰী যুব মঞ্চৰ যোৰহাট শাখাৰ পৃষ্ঠপোষকতাত যোৰহাট প্ৰগতি আৰু যোৰহাট গ্ৰেটাৰৰ সহযোগত নেশ্যনেল মাৰোৱাৰী ফাউণ্ডেছনৰ উদ্যোগত ২০-২২ মেত বিনামূলীয়া কৃত্ৰিম ভৰি আৰু কেলিপাৰ প্ৰত্যাৰোপণ শিবিৰ অনুষ্ঠিত হব। যোৰহাট…

 সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত…

তিনিচুকীয়াত অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ দলক বিপুল আদৰণি

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : অসম আৰক্ষীৰ ’ৰাইড অৱ প্ৰাইড’ ৰেলীক আজি তিনিচুকীয়াত সাদৰ আদৰণি জনোৱা হয় । উল্লেখ্য যে অসমত শান্তি, শৃংখলাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্রত অসম আৰক্ষীয়ে আগবাঢ়োৱা অক্লান্ত সেৱা তথা ত্যাগৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ…

নিবনুৱাৰ পথ প্ৰদৰ্শক- শিল্পী,সমাজকৰ্মী মোহন বৰাৰ দেহাৱসান

শতাব্দ প্ৰতিনিধি তেজপুৰ,৫মে’: বিশিষ্ট ভাওনা শিল্পী আৰু সমাজকৰ্মী মোহন বৰা(৭৬)ৰ যোৱা নিশা প্ৰায় ১২-৩০বজাত তেজপুৰৰ তৰাজান কুমাৰগাঁৱৰ নিজা বাসগৃহত বিয়োগ ঘটে । উল্লেখযোগ্য যে,এগৰাকী সুদক্ষ ভাৱৰীয়া হিচাপে তেজপুৰৰ লগতে অবিভক্ত শোণিতপুৰ জিলাত…

জন্মদিনৰ প্ৰাকক্ষণতো ’’কৃষক বন্ধু’’ সোণেশ্বৰ বৰা অৱহেলিত

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৫ মেঃ সমাজদৰদী আদৰ্শৰ নেতা, প্ৰাক্তন কৃষিমন্ত্ৰী, গোলাঘাট সমষ্টিৰ কেইবাবাৰৰো বিধায়ক প্ৰয়াত সোণেশ্বৰ বৰা তেওঁৰ সহজ-সৰল নিৰহংকাৰী জীৱনচৰ্যাৰ বাবে যেনেকৈ জীৱন কালত সকলোৰে মাজত অতিশয় জনপ্ৰিয় আৰু শ্ৰদ্ধেয় আছিল, মৃত্যুৰ…

মই বিদেশতো অসমীয়াতে ভাষণ দিওঁঃ যাদৱ পায়েং

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ মেঃ 'মই বিদেশতো অসমীয়া ভাষাত ভাষণ দিওঁ। সেই ভাষা কোনোৱাই জানিলেও জানক, নাজানিলেও মোৰ দৰকাৰ নাই। আমি অসমীয়া ভাষাটোক লৈ গৌৰৱ কৰিব লাগে। অসমীয়া ভাষা, সংস্কৃতি অবিহনে দেশৰ উত্তৰণ হ'ব নোৱাৰে। — এই মন্তব্য অৰণ্য…

ধৰ্মযুদ্ধ কেনেকৈ ?

বেদব্ৰত বৰা ভাৰতীয় মানুহৰ চিন্তা আৰু চেতনা প্ৰৱাহ নিয়ন্ত্ৰণ কৰা দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত সদায় ধৰ্মৰ জয়ৰ কথা কোৱা হৈছে আৰু 'যথা দৈৱ তথা জয়’ নীতিৰেই ধৰ্মযুদ্ধৰ দোহাই দিয়া হৈছে। দুয়োখন মহাকাব্যতে কিন্তু ধৰ্মযুদ্ধৰ নামত বহু ধাৰ্মিক…

শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টি ধেমাজিত বিশেষ টেট উত্তীৰ্ণই গাইছে কাকূতি ঘোষা

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৫ মে’ : শিক্ষকতাৰ চাকৰিৰে মানৱ সম্পদ গঢ় দিবলৈ অশেষ চেষ্টাৰে টেট উত্তীৰ্ণ হোৱা একাংশ পৰীক্ষাৰ্থী আজি নিৰুপায় । আবেদন-নিবেদন, কাকুতি- মিনতি অৰণ্যৰোদনত পৰিণত হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰৰ বাবে বাচি লৈছে অভিনৱ…

দুখন অসমীয়াসহ পাঁচখন ভাৰতীয় ছবি কান মহােৎসৱলৈ

জয়ছেং চাই দহােটিয়াই নির্মাণ কৰা 'বাঘজান' কান চলচ্চিত্র মহােৎসৱৰ 'ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব। বাঘজানত তেলৰ খাদত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডক লৈ আৰু তাৰ পৰৱৰ্তীৰ সময়ত তৈল উদ্যোগৰ কু-ফল ভােগ কৰা স্থানীয় বাসিন্দাৰ মর্মবেদনা…

দেৱালত দুলিছে বৃহদাকাৰ জোতা

দাদুল দেৱকৃষ্ণ বৰুৱা যদি আপুনি বিচাৰে যে, আপোনাৰ পণ্য বা সংস্থা সফল হওক, তেতিয়া সেই লক্ষ্য অর্জনৰ সকলোতকৈ কার্যকৰী মাধ্যম হিচাপে বিবেচিত হ'ব বিজ্ঞাপন। গৱেষণাত দেখা গৈছে যে, গ্রাহকসকলে সকলো সময়তে উদ্ভাৱনী বিজ্ঞাপন দেখিয়েই যিকোনো সামগ্ৰীৰ…