Browsing Category

পলকতে

বাক্সাৰ বৰমাত পাঞ্জাৱ লুধিয়ানাৰ ডি এ ভি পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ডিজিটেল মাধ্যমত মত বিনিময়…

শতাব্দ প্ৰতিনিধি, বাক্সা,৬ মেঃ ডিজিটেল মাধ্যমৰ অভুতপূৰ্ব সাফল্যৰ ফলত সম্ভৱ হৈ উঠিছে সকলো কাম । আনকি বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ মাজতো যোগসূত্ৰ সম্ভৱ হৈ উঠিছে এই মাধ্যমৰ যোগেদি। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন ডিজিটেল ইণ্ডিয়াৰ ফলত…

মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত বিধায়ক অখিল গগৈ

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৬ মে' : ইন্ধনকে ধৰি নিত্যপ্ৰয়োজনীয় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আজি ৰাজপথলৈ ওলাই আহে ৰাইজৰ দল। বিধায়ক অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ শতাধিক নেতা-কৰ্মীয়ে গুৱাহাটী ক্লাৱৰ ৰটাৰীত…

১ জুলাইৰ পৰা ভাৰতত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে' : অহা ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে আইন অনুসৰি নিষিদ্ধ হ'ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক। ইতিমধ্যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ১০০ মাইক্ৰ'ণ বেধতকৈ কম সকলো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰা সম্পৰ্কে…

১৪ মে’ত শিক্ষা, গৃহ আৰু স্বাস্থ্যত ২৩ হাজাৰ নিযুক্তিৰ ঘোষণা মুখ্যমন্ত্রীৰ

এবছৰৰ ভিতৰত এক লাখ চাকৰি দিয়াৰ ক্ষেত্রত চৰকাৰখন একপ্ৰকাৰ ব্যৰ্থ হ'ল যদিও বৰ্ষপূৰ্তিৰ পাছতে ১৪ মে’ত বিশেষ কার্যসূচীৰ জৰিয়তে শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ চাকৰিত ২৩ হাজাৰ বাছনিকৃত প্রার্থীৰ হাতে হাতে তুলি দিব…

মেদ বহুল বহুজনৰ ক্ষেত্ৰত ভেকচিনে কোনো কাম কৰা নাই 

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : ক'ৰনাৰ পৰা বাচি থাকিবলৈ নিয়ম মানি টীকা ল'বই লাগিব। ভেকচিনেই ক'ভিডৰ লগত যুদ্ধ কৰাৰ উত্তম পথ। এনেদৰেই কৈ আহিছে বিজ্ঞানীসকলে। কিন্তু এইবাৰ জনা গ'ল নতুন তথ্য। কোনো কোনোৰ ক্ষেত্রত টীকাই প্রায় কোনো কামেই কৰা নাই।…

অনিৰ্দিষ্ট কাললৈ পিছুৱালে এছিয়ান গেমছ

শতাব্দ বিশেষ প্ৰতিনিধি, ৬ মে': এছিয়াৰ অলিম্পিক কমিটীয়ে আজি ঘোষণা কৰা মতে, চীনৰ হাংঝাও অনুষ্ঠিত হ'বলগীয়া আগন্তুক ১৯তম এছিয়ান গেমছ অনিৰ্দিষ্ট কালৰ বাবে পিছুৱাই দিয়া হৈছে। পূৰ্বৰ সূচী অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ ১০ ৰ পৰা ২৫ তাৰিখলৈকে…

আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল চি লালেংলিয়ানাৰ দেহাৱসান

গুৱাহাটী, ৬ মেঃ ভাৰতীয় তথ্য সেৱা বিভাগৰ এজন জ্যেষ্ঠতম বিষয়া, আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ডাইৰেক্টৰ জেনেৰেল C Lalenglianaৰ কালি ছিলঙত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। প্ৰয়াত লালেংলিয়ানা এজন জনপ্ৰিয় বিষয়া আছিল। গুৱাহাটীস্থ…

ভাৰত- জাৰ্মান সম্পৰ্ক হ’ব পাৰে মাইলৰ খুঁটি

মুক্তামণি ভূমিফুকন  ইউক্রেন যুদ্ধৰ প্রসঙ্গত ইউৰোপৰ সতে ভাৰতৰ মতবিৰোধ চলি থকাৰ সময়তে জাৰ্মানীৰ লগত Inter government consultation (IGC) মাইলৰ খুঁটি হোৱাৰ দিশত আগবাঢ়িছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ইউৰোপ ভ্ৰমণৰ মাজতে এই দাবী উত্থাপন…

চলিত শতিকাতে বিনষ্ট হ’ব বিশ্বৰ সমস্ত সমুদ্র জগত !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ মে' : বিশ্বত পৰিৱেশ-প্রকৃতিৰ ওপৰত প্ৰদূষণে নানা ধৰণৰ প্রভাৱ পেলাইছে। কেতিয়াবা হিমবাহ গলি গৈছে, বাঢ়িছে তাপপ্রবাহ, বাঢ়িছে অতিবেঙুনীয়া ৰশ্মিৰ বিকিৰণ পৰিৱেশবিদসকলে ইয়াৰ বাবে দায়ী কৰিছে গোলকীয় উষ্ণতাকেই। আৰু তাৰ…