Browsing Category

পলকতে

ছবছৰত চাৰে সাত লাখ ভাৰতীয়ই এৰিলে দেশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : ২০১৬ চনৰ পৰা যোৱা বছৰপর্যন্ত এই দেশৰ নাগৰিকত্ব ত্যাগ কৰিছে চাৰে সাত লাখ জনে। এই তথ্য কেন্দ্রীয় চৰকাৰৰ। কেন্দ্রৰ আৰু দাবী— ব্যক্তিগত কাৰণতেই দেশৰ নাগৰিকত্ব এৰি বিশ্বৰ অন্ততঃ ১০৬খন দেশত আশ্রয় লৈছে তেওঁলোকে। এই…

দেশৰ ২১ খণ্ডত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উৎপাদনৰ অনুমতি প্ৰদান

শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে': কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনে কালি Open Acreage Licensing Policy IV ৰ নিলামৰ ফলাফল ঘোষণা কৰিছে। এই অনুসৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল আৰু…

ট্ৰেক কঁপাবলৈ সাজু ভাৰতৰ দ্রুততম ৰেল

দাদুল দেৱকৃষ্ণ বৰুৱা সপোন বাস্তৱ হ'বলৈ আৰু বেছি দিন নাই। এইবাৰ ভাৰতৰ মাটিতো চলিব দ্রুতগতিৰ ৰেল; যি ৰেলে গন্তব্যত পোৱাই দিব খুব কম সময়তে। ৰেল পলমকৈ অহা-যোৱা কৰা সময়সূচী আৰু বাতিল হোৱাৰ ৰেকর্ড সৃষ্টিত আগৰণুৱা ভাৰতত এয়াও যে সম্ভৱ, সেই কথা…

মহাকাশলৈ মানুহৰ নগ্ন ছবিঃ ভিন্নগ্রহীক আকর্ষণৰ অভিনৱ উদ্যোগ নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : এলিয়েন বা ভিন্নগ্রহী আছেনে নাই সেইটো এতিয়াও লাখটকীয়া প্রশ্ন। কিন্তু হাত সাবটি বহি থকাত নাই মার্কিন মহাকাশ সংস্থা নাছা। নাছাই এইবাৰ আৰু ভিন্নগ্রহী পৃথিৱীলৈ অহাৰ অপেক্ষাত নাথাকি মহাকাশতেই তেওঁলোকৰ সন্ধান…

 গোলাঘাটৰ প্ৰশাসন-আৰক্ষী-অভিভাৱক সচেতন হবৰ হল

শতাব্দ প্ৰতিনিধি, গোলাঘাট, ৬ মেঃ গোলাঘাটত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা অতি ভয়ানক ৰূপত দ্ৰুত গতিত বৃদ্ধি পোৱাৰ এক তথ্যই ইয়াৰ সচেতন মহলক শংকিত কৰি তুলিছে। বিশেষ সূত্ৰে জানিবলৈ পোৱা মতে বিগত কেইটামান মাহতে গোলাঘাটত বহু সংখ্যক লোক নতুনকৈ…

তেজপুৰত অগ্নিকাণ্ড:তিনিখন দোকান ভস্মীভূত

শতাব্দ প্ৰতিনিধি তেজপুৰ ,৬মে': তেজপুৰৰ নপাম চেন্টাৰত যোৱা নিশা প্ৰায় ২-৩০ৰ পৰা তিনিবজাৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিখন দোকান ভস্মীভূত হয় । উল্লেখযোগ্য যে,ব্যৱসায়িক অঞ্চলটোত থকা খোকন ঘোষৰ খাদ্য সামগ্ৰীৰ তেওঁৰ ভ্ৰাতৃ ৰতন ঘোষৰ ষ্টেচনাৰী…

নলবাৰীত হাতত কোৰ লৈ নলা-নৰ্দমা চাফাই অভিযানত নামিল পৌৰ সভানেত্ৰী

শতাব্দ প্ৰতিনিধি, নলবাৰী, ৬ মেঃ পৌৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নলা-নৰ্দমা চাফাই অভিযানত নামি পৰিল নলবাৰীৰ পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ। বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি অহা নলবাৰীৰ নাগৰিকক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যে আজি…

আৰু কিমান প্ৰদূষিত হ’ব ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ মতাপুং-মাগুৰি বিল

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৬ মে’ : অইল ইণ্ডিয়া লিমিটেডৰ অকৰ্মণ্যতা আৰু চূড়ান্ত গাফিলতিৰ বাবে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ’গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ’ৰূপে চিহ্নিত মতাপুং-মাগুৰি বিলৰ লগতে ইয়াৰ কাষৰীয়া জৈৱ…

২৯ মে’ত গুৱাহাটীলৈ আহিব কেজৰিৱাল

লখিমপুৰত আম আদমী পাৰ্টিৰ সংবাদমেলঃ আম আদমী পাৰ্টীৰ ব্যাপক সাংগঠনিক তৎপৰতাঃ পঞ্চায়ত নিৰ্বাচন- লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰাব আপে।শতাব্দ প্ৰতিনিধি, লখিমপুৰ ৬ মেঃ  অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে আম আদমী পাৰ্টিৰ । দলটিৰ…