Browsing Category

পলকতে

ভাস্কৰ্য আৰু শিল্পৰ দিন পালন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে: লখিমপুৰৰ সমাজ জীৱনৰ এজন সমাজ কৰ্মী, স্থপতি, শিল্পী, সাহিত্যিক, সাংবাদিক তথা নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি নন্দ কিশোৰ মহেশ্বৰীৰ আজি ৭৪ সংখ্যক জন্ম দিন। নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবে মহেশ্বৰীৰ জীৱিত…

তাজমহলৰ ‘২২টা বন্ধ কক্ষ’ খোলা হওক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : তাজমহলত তলাবন্ধ হৈ থকা ‘২২টা কক্ষ’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হল বিজেপি। তাৰ লগে লগে এই সৌধত কোনো মন্দিৰ আছিল নে নাই, সেয়া অনুসন্ধান কৰি চাবৰ বাবে সত্যানুসন্ধান দল গঢ়াৰো আর্জি পেছ কৰিছে তেওঁলোকে। ৭…

এলুমিনিয়াম পেকেটত খাদ্য বন্ধ কৰিলে ৰেলৱেই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ৰাজধানী, শতাব্দী আদি দূৰগামী আৰু দ্ৰুতবেগী এক্সপ্রেছ ট্রেইনসমূহত এলুমিনিয়ামৰ পেকেটত খাদ্য সৰবৰাহ বন্ধ কৰিছে ৰেল বিভাগে। এলুমিনিয়ামৰ পৰিৱৰ্তে ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পৰিৱেশ বান্ধব পেকেটতহে খাদ্য পাব দূৰগামী…

পত্নীৰ মৃতদেহ সাবটি বৃদ্ধই কটালে ২১ বছৰ

দাদুল দেৱকৃষ্ণ বৰুৱা ২১ বছৰ পূৰ্বেই পত্নীক হেৰুৱাইছিল তেওঁ। কিন্তু এতিয়াও মানি ল'ব পৰা নাই পত্নীৰ মৃত্যুৰ খবৰ। ফলত সেই ২১ বছৰ ধৰি মৃত পত্নীৰ লগতেই সংসাৰ চলাইছে তেওঁ। পত্নীৰ মৃত্যু হৈছিল ২০০১ চনত। তাৰ পিছৰে পৰা সেই মৃত স্ত্রীৰ লগতেই জীৱন…

মুখ চায়েই চিনিব পাৰি মানুহ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ মে' : ৰূপ আৰু গুণৰ ভিতৰত সঁচাকৈয়ে কিবা সম্পর্ক আছেনে নাই, এই লৈ বিতর্কৰ অন্ত নাই। সেই বিতর্কত এইবাৰ ঘিউ ঢালিব পাৰে অষ্ট্ৰেলিয়াৰ এক গৱেষণাই। অষ্ট্ৰেলিয়াৰ নিউ ছাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ এক গৱেষণাত দাবী কৰা হৈছে যে,…

তেজপুৰ বিশ্ববিদ্যালয়ত হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা

ত্যাগ আৰু সংগ্ৰামৰ চানেকী ৯৪ বছৰীয়া হেমলতা বৰুৱালৈ ‘তিলোত্তমা বৰুৱা সোঁৱৰণী বঁটা“ তেজপুৰ বিশ্ববিদ্যালয়ত ৯ মেত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰানীয়ে প্ৰদান…

চীনে পাৰিছে, আমিও পাৰিম ! বৰ্ডাৰ ৰ’ডছক নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : সীমান্ত এলেকাত পৰিকাঠামো বৃদ্ধিৰ কাম কিমান দ্রুততাৰে কৰিব পৰা যায়, সেয়া অধ্যয়ন কৰি চোৱাৰ বাবে সীমান্ত পথ সংস্থাক নির্দেশ দিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। মূলতঃ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰা ওচৰিকৈ যিদৰে…

বিমানৰ কনফাৰ্মড টিকট থকা যাত্ৰীক ব’ৰ্ডিং কাৰ্ড নিদিলে বিমান সংস্থা জগৰীয়া হব

শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে' : এতিয়াৰে পৰা ভাৰতৰ কোনো বিমান সংস্থাই যাত্ৰাৰ কনফাৰ্মড টিকট থকা স্বত্বেও আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বে বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতো যাত্ৰীক ব'ৰ্ডিং কাৰ্ড নিদিয়াকৈ থাকিব নোৱাৰিব। আৰু যাত্ৰীৰ লগত এনে ব্যৱহাৰ…

মাজৰাতিৰ পৰা শ্ৰীলংকাত জৰুৰী অৱস্থা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : মধ্যৰাতিৰ পৰা শ্রীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিলে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষে। অর্থনৈতিক সংকটৰ প্রতিবাদত দেশজুৰি চলা ধর্মঘটৰ দিনটোতেই এই সিদ্ধান্ত ললে শ্রীলংকা চৰকাৰে। ১ এপ্রিলৰ পিছত পুনৰদ্বীপৰাষ্ট্রখনত…