Browsing Category
পলকতে
বিশ্বনাথত গৰু বিহুৰ দিনাই যুৱকৰ সলিল সমাধি
বিশ্বনাথ ১৬ এপ্ৰিলঃ গৰু বিহুৰ দিনটোতে বিশ্বনাথ চাৰিআলিত এক কৰুণ ঘটনা সংঘটিত হয় । বিশ্বনাথ চাৰিআলিৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়েহাগী গাঁৱৰ সমীপৰ চালিয়া চাপৰিত গৰু নোৱাবলৈ গৈ অজলাসুঁতি নদীত প্ৰাণ গল এজন যুৱকৰ । এই ঘটনাই সমগ্ৰ অঞ্চল…
নেপালৰ কাঠমাণ্ডুত ৰূপৰ পদকৰে জিলিকিল জামুগুৰিহাটৰ বাৰ্বী বৰুৱা
জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন : ১২ এপ্ৰিলঃ থাৰ্ড ইমান ইন্টাৰনেচনেল অপেন টাইকোৱাণ্ডো চেম্পিয়নচিপত ৰূপৰ পদকৰে গৌৰৱ কঢ়িয়াই আনিছে জামুগুৰিহাটৰ শিশু খেলুৱৈ বাৰ্বী বৰুৱাই । নেপালৰ কাঠমাণ্ডোত ৮ আৰু ৯ এপ্ৰিলত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয়…
যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ
যোৰহাটত ৰাজ্যিক ক্ৰীড়া সমাৰোহ
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১২ এপ্ৰিল : শতবর্ষত উপনীত হোৱা যোৰহাট জিলা ক্ৰীড়া সন্থাই এ টি পি এ ফুটবল প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত এইবাৰ বছৰটোৰ শেষৰ ফালে ৰাজ্যিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ…
