Browsing Category
পলকতে
অইল ইণ্ডিয়াৰ সঞ্চালকমণ্ডলীৰ পদত আৰু এজন অসমীয়া
অইল ইণ্ডিয়াৰ সঞ্চালকমণ্ডলীৰ পদত আৰু এজন অসমীয়াই যোগদান কৰিছে। অন্বেষণ আৰু বিকাশ বিভাগৰ সঞ্চালক হিচাপে দায়িত্বগ্ৰহণ কৰিছে ড° মানস কুমাৰ শৰ্মাই ।
বিদেশী নাগৰিকলৈ বিশেষ আয়ুস ভিজা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে ভাৰতবৰ্ষৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে চিকিৎসা গ্ৰহণ কৰিবলৈ ইচ্ছুক বিদেশী নাগৰিকসকলৰ বাবে শীঘ্ৰেই 'বিশেষ আয়ুস ভিজা'ৰ প্ৰৱৰ্তন কৰা হ'ব। গান্ধীনগৰত অনুষ্ঠিত 'Global Ayush Investment &…
অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক
শতাব্দ জিলা প্ৰতিনিধি তেজপুৰ, ২০ এপ্ৰিলঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখন অহা ২৪ এপ্ৰিলত বৰপেটাৰ বৰনগৰ শাখা সাহিত্য সভা আৰু বৰনগৰ মহাবিদ্যালয়ৰ উদ্যোগত সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত আয়োজন কৰা…
লখিমপুৰত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা-ৰক্তদান শিবিৰ
২১ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা লখিমপুৰ জিলাৰ বঙালমৰা আদৰ্শ চিকিৎসালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব। স্বাস্থ্য বিভাগে টিম হিউমেনেটি লখিমপুৰৰ সহযোগত এটি ৰক্তদান শিবিৰৰো আয়োজন কৰিছে। ইচ্ছুক ৰক্তদাতাই ৰক্তদান কৰিব পাৰিব।
তামুলপুৰত কুঁৱাত পৰি নৱ বিবাহিতাৰ কৰুণ মৃত্যু
শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ২০ এপ্ৰিল : গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌযাওঁতেই তামুলপুৰৰ এঘাৰ মাইলত আজি পুৱা এগৰাকী নৱ বিবাহিত বোৱাৰীৰ কুঁৱাত পৰি অকাল মৃত্যু ঘটে । প্ৰাপ্ত তথ্য মতে তামুলপুৰ জিলাৰ অন্তৰ্গত এঘাৰ মাইলৰ অভিজিত শইকীয়াৰ নৱ বিবাহিত…
গান্ধীনগৰত গোলকীয় আয়ুষ বিনিয়োগ-উদ্ভাৱন সন্মিলন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ এপ্ৰিলঃ গুজৰাটৰ গান্ধীনগৰৰ বিখ্যাত সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ 'মহাত্মা মন্দিৰ'ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা তিনিদিনীয়া 'গোলকীয় আয়ুষ বিনিয়োগ আৰু উদ্ভাৱন সন্মিলন- ২০২২'ৰ শুভাৰম্ভণি অনুষ্ঠানত অসমক…
অৰুণাচলত শিল-বৰষুণত পৰিল ২ কিলোগ্ৰামৰো অধিক ওজনৰ বৰফ
অৰুণাচল জয়ৰামপুৰত শিল-বৰষুণত পৰা ২.২৪৫ কিলোগ্ৰামৰো অধিক ওজনৰ বৰফৰ টুকুৰাটো
মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ’ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে
ভাৰতীয় স্থলসেনাৰ পৰৱৰ্তী মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ'ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে। বৰ্তমান উপ মুখ্য সেনাধ্যক্ষ হিচাপে কৰ্মৰত মনোজ পাণ্ডে প্ৰথম অভিযন্তা যি দেশখনৰ স্থলসেনাৰ মূৰব্বী পদত নিযুক্ত হৈছে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ…
যুৱ কংগ্ৰেছী নেতাৰ আলফা(স্বাধীন)ত যোগদান
তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি জনাৰ্দন গগৈয়ে(৪৪) সংযুক্ত মুক্তি বাহিনী (স্বাধীন)ত যোগদান কৰিছে বুলি ঘোষণা কৰিছে। শদিয়াৰ উদয়নগৰৰ বাসিন্দা গগৈয়ে কালি ফেচবুকৰ যোগেদি তেওঁৰ পত্নীক এই কথা জনাইছে। উল্লেখযোগ্য যে, আজি দুদিনৰ পূৰ্বে…
টেবুল টেনিছ খেলুৱৈৰ অকাল মৃত্যু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ এপ্ৰিল : দেশৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন টেবুল টেনিছ খেলুৱৈ তামিলনাডু নিবাসী বিশ্ব দীনদয়ালন (Vishwa Deenadayalan) শ্বিলঙত অনুষ্ঠিত ৮৩সংখ্যক চিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ অহাৰ…
