Browsing Category
পলকতে
পাকিস্তানৰ পৰা লাভ কৰা শিক্ষাগত অৰ্হতা ভাৰতত কোনো মূল্য নাই !
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ ভাৰতৰ শিক্ষা ক্ষেত্ৰৰ শীৰ্ষ দুটা সংস্থা বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্বনে যুটীয়া এক বিবৃতিত প্ৰকাশ কৰিছে যে পাকিস্তানৰ কোনো উচ্চ শিক্ষানুস্থানৰ পৰা আহৰণ কৰা…
চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু ১০৩ খন দলং নিৰ্মাণ কৰিব
শতাব্দ বিশেষ প্ৰতিনিধি, ২৩ এপ্ৰিলঃ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পথ যোগাযোগ উন্নত কৰিবৰ বাবে ভাৰত চৰকাৰে ৩১,০০০ কোটি টকা বিনিয়োগ কৰিব। India@75 Strategic Roads Package নামৰ প্ৰকল্পৰ অধীনত চৰকাৰে চীন, পাকিস্তান আৰু ম্যানমাৰ সীমান্তত ৬৪ টা পথ আৰু…
বিয়াৰ অভ্যৰ্থনাত বিষক্ৰিয়া । অসুস্থ শতাধিক
কামৰূপৰ বামুন্দীত এখন বিয়াৰ অভ্যৰ্থনাত খাদ্যত বিষক্ৰিয়া ঘটিল । এতিয়ালৈকে অসুস্থ শতাধিক, অসুস্থসকলক প্ৰাথমিক চিকিৎসাৰ বাবে শুৱালকুছি গ্ৰাম্য চিকিৎসালয় ভৰ্ত্তি কৰা হৈছে।
শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষক ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা
শংকৰদেৱৰ মেনেজমেন্ট বিষয়ৰ প্ৰথম গৱেষণা কৰা ড° সমুদ্ৰগুপ্ত কাশ্যপক বটদ্ৰৱা থানত সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি ড৹ কাশ্যপ কয়- অসমৰ যুগপুৰুষ শঙ্কৰদেৱৰ নেতৃত্ব আৰু সামাজিক উদ্ভাৱনসমূহৰ অধিক চৰ্চাৰ প্ৰয়োজন আছে।
ঢোল বজাই নাচি বাগি বিহু মাৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে
চিজুছা :২২এপ্ৰিল: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিহু নৃত্যই কালি আপ্লুত কৰিলে অসমীয়া ৰাইজক। অৰুণাচলত কৰ্মৰত অসমৰ লোকসকলে যোৱা নিশা ইটানগৰস্থিত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ চৰকাৰী বাসভৱনলৈ গৈছিল হুঁচৰি গাবলৈ । হুঁচৰি গাবলৈ যোৱা…
২৪ এপ্ৰিলৰ পৰা ১মে’লৈকে চলিব কিষাণ ভাগিদাৰী প্ৰাথমিকতা হামাৰী’ অভিযান
শতাব্দ প্ৰতিনিধি, বাক্সা :২২ এপ্ৰিল: অহা ২৪ এপ্ৰিলৰ পৰা ১ মে'লৈকে চলিব কিষান ভাগিদাৰী প্ৰাথমিকতা হামাৰী' অভিযান। এই অভিযানৰ অংশ হিচাপে সমগ্ৰ ভাৰততে আৰম্ভ হ'ব এই অভিযান। দেশৰ লগতে বাক্সা জিলাতো আৰম্ভ হ'ব 'কিষান ভাগিদাৰী প্ৰাথমিকতা হামাৰী'…
২৪ এপ্ৰিলত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ জনজাতি সন্মিলন
বগীনদীৰ প্ৰতিবেদক, ২২এপ্ৰিল : লখিমপুৰ জিলা জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই ২৪ এপ্ৰিলত লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত সংবিধানৰ ৩৪২ নং ২(ক) অনুচ্ছেদ সংশোধন কৰি ধৰ্মান্তৰকৰণ ৰোধ কৰাৰ দাবীত এক বৃহৎ জনজাতি সন্মিলন আয়োজন কৰিছে। সন্মিলনত…
ইউক্ৰেইনৰ নাগৰিকক শৰীৰত বগা ফিটা পৰিধান কৰিবলৈ নতুবা গুলীৰ মুখামুখি হবলৈ নিৰ্দেশ ৰুছ সেনাৰ
ষ্টেট বেংক অৱ ইণ্ডিয়াই এটা টুইট যোগে গ্ৰাহক সকলক 8294710946 আৰু 7362951973 এই নম্বৰ দুটাৰ পৰা অহা ফোন গ্ৰহণ নকৰিবলৈ সাৱধান বাণী শুনাইছে। এই নম্বৰ দুটাৰ লগত বেংকৰ কোনো সম্পৰ্ক নাই।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ…
ইখনৰ পিছত সিখন ৰাজ্যত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
দিল্লীৰ পাছত এতিয়া হাৰিয়ানা, পঞ্জাৱ, চণ্ডীগড় আৰু উত্তৰ প্ৰদেশত ক্ৰমাৎ বৃদ্ধি পোৱা ক'ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে।
২২ এপ্ৰিলত দুৰ্গাময়ী বৰাৰ “মোৰ গান মোৰ প্ৰাণ” শীৰ্ষক গ্ৰন্থ উন্মোচন
বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা, ইদ্ৰিছ আলিৰ লগতে শিল্পকলা ক্ষেত্ৰৰ বহুজন দিগ্বজৰ উপস্থিতিত কাইলৈ তেজপুৰৰ বাণ থিয়েটাৰত উন্মোচন হ'ব বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰাৰ "মোৰ গান মোৰ প্ৰাণ" শীৰ্ষক গ্ৰন্থ।
